ETV Bharat / state

বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ - সৰ্বভাৰতীয় সেচ্ছাসেৱী সংস্থা সেৱা ভাৰত

বান বিধস্ত বিলাসীপাৰাত সাহাৰ্যৰ হাত আগবঢ়ালে সৰ্বভাৰতীয় সেচ্ছাসেৱী সংস্থা সেৱা ভাৰতে ৷ বান ক্ষতিগ্ৰস্ত 210 টা দৰিদ্ৰ পৰিয়াললৈ সামগ্ৰী বিতৰণ কৰে সেৱা ভাৰতে ৷

Flood relief by Seva Bharat
বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ
author img

By

Published : Sep 2, 2020, 8:49 AM IST

Updated : Sep 2, 2020, 9:02 AM IST

পশ্চিম বিলাসীপাৰা, 2 ছেপ্টেম্বৰ : বান বিধ্বস্ত বিলাসীপাৰাৰ বান ক্ষতিগ্ৰস্ত লোকৰ কাষত থিয় দিলে এটা সৰ্বভাৰতীয় সেচ্ছাসেৱী সংস্থা ৷ সেৱা ভাৰত নামৰ সেচ্ছাসেৱী সংস্থাটোৱে মঙলবাৰে বিলাসীপাৰাৰ নয়াহাটত বিতৰণ কৰে বান সাহাৰ্য ৷

বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ

স্থানীয় সচেতন যুৱ মঞ্চৰ সহযোগত বান সাহাৰ্য বিতৰণী কাৰ্যসূচীত উপস্থিত থাকে সেৱা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকল্প সমন্বয়ক লৱনু শইকীয়া, প্ৰকল্প প্ৰৱন্ধক ছমেজ উদ্দিন আহমেদ আৰু সচেতন যুৱ মঞ্চৰ সভাপতি এ আই এম গোলাম ৰাব্বানী |

বান ক্ষতিগ্ৰস্ত 210 টা দৰিদ্ৰ পৰিয়ালৰ মাজত 25 কি:গ্ৰা:কৈ চাউল, 2 লিটাৰ মিঠাতেল, 5 কি:গ্ৰা: আলু, 2 কি:গ্ৰা: চেনী, চাৰ্ফ, চাবোন, ফেনাইল, ব্লিচিং পাউদাৰ আদি বিতৰণ কৰে ৷ সাহাৰ্য সামগ্ৰীখিনি গ্ৰহণ কৰি অতিকৈ আনন্দিত হৈ পৰে হিতাধিকাৰীসকল ৷

লগতে পঢ়ক : চীনক পৰাভূত কৰা ভাৰতৰ বিশেষ সীমান্ত বল (ছদ্মনাম বিকাশ)ৰ বিষয়ে....

Last Updated : Sep 2, 2020, 9:02 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.