ETV Bharat / state

হোজাইত মোবাইল জুৱাৰ বিৰুদ্ধে অভিযান - হাটশিঙিমাৰী চুপাৰ মাৰ্কেট

হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত নিশা অভিযান, আটক কেইবাজনো জুৱাৰী ৷

মোবাইল জুৱাৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান
author img

By

Published : Mar 15, 2019, 11:14 AM IST

ধুবুৰী, 15 মাৰ্চঃ হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত নিশা এক অভিযান চলাই হোজাই জিলা প্ৰশাসনে৷ জুৱা খেলৰ বিৰুদ্ধে অভিযান জিলা-প্ৰশাসনৰ । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতেই অভিযান চলায়জিলা প্ৰশাসনে ৷ অভিযানত আটক কৰা হয় তিনি জনকৈ জুৱাৰীক ।

মোবাইল জুৱাৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

সম্প্ৰতি আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাই জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দিয়ে স্থানীয় ৰাইজে । যাৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাং, দণ্ডাধীশ দীপক কুমাৰে ৰাইজৰ সহযোগত অভিযান চলাইআটক কৰিবলৈ সক্ষম হয় তিনিজনকৈ জুৱাৰীক । আটকাধীন জোৱাৰী কেইজনক পিচত খাৰুৱাবান্ধা আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷ দীৰ্ঘদিন ধৰি এই স্থানত চলাই আহিছিল জুৱাৰ আড্ডা ৷

SLUG-A_DHB_808_812_15MARCH_MOBILE_JUA_VIS+BYTE_SHAHANUR
Date:- 15/03/19
( Files send through FTP )

    oc/vo:- হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত মোবাইলত ডাব্বু খেলৰ বিৰুদ্ধে অভিযান। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাননে চলায় এই অভিযান। অভিযান কালত আটক হয় তিনি জুৱাৰী। আৰক্ষীৰ ওপৰত ৰাইজৰ ভৰসা নথকাৰ বাবে জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দিয়ে। জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত ৰাজেশন তেৰাং, দণ্ডাধীশ দীপক কুমাৰে ৰাইজৰ সহযোগত অভিযান চলায়।সম্প্ৰতি জুৱাৰী কেইজনক খাৰুৱাবান্ধা আৰক্ষীৰ হাতত গতাই দিয়া হৈছে।

      ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.