ETV Bharat / state

আৰক্ষীৰ জালত পৰিল ধুবুৰী অস্থায়ী জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী - ফকিৰগঞ্জ আৰক্ষী

ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অস্থায়ী জিলা কাৰাগাৰৰ পৰা বুধবাৰে নিশা পলায়ন কৰা কাৰাবন্দী হাফিজুৰ ৰহমানক অৱশেষত ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে

আৰক্ষীৰ জালত পৰিল ধুবুৰী অস্থায়ী জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী
author img

By

Published : Jul 20, 2019, 10:41 AM IST

ধুবুৰী,20 জুলাইঃ ধুবুৰী আৰক্ষীৰ 56 ঘন্টীয়া এক সফল অভিযানত আৰক্ষীৰ জালত পৰিল বুধবাৰে নিশা পলায়ন কৰা এজন কাৰাবন্দী ৷ বিগত প্ৰায় দহ মাহে জেল হাজোতত আছিল ধুবুৰীৰ মতিৰ চৰ অঞ্চলৰ হাফিজুৰ ৰহমান নামৰ আচামীটো। বান পানীৰ সুযোগ লৈ পলায়ন কৰা আচামীটোক শনিবাৰে পুৱা ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

ETV BHARAT ASSAM
আৰক্ষীৰ জালত পৰিল ধুবুৰী অস্থায়ী জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কয়দী

ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত নাও লৈ আৰক্ষীয়ে চলাইছিল অভিযান। ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত জলেশ্বৰ আৰক্ষীৰ সহযোগত চলা এই অভিযানত আৰক্ষীয়ে কৰায়ত্ত কৰে হাফিজুৰ ৰহমানক ৷

ধুবুৰী আৰক্ষীৰ ৫৬ ঘণ্টাৰ এক সফল অভিযান। ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অস্থায়ী জিলা কাৰাগৰৰ পৰা বুধবাৰে নিশা পলায়ন কৰা এজন আচমিক অৱশেষত কৰায়ত্ত কৰিলে ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ মতিৰ চৰ অঞ্চলৰ হাফিজুৰ ৰহমান নামৰ এজন আচামি বিগত প্ৰায় দহ মাহে জেল হাজোতত আছিল। বান পানীৰ সুযোগ লৈ পলায়ন কৰা আচামি জনক আজি পুৱা ফকিৰগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা আজি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত জলেশ্বৰ আৰক্ষীৰ সহযোগত চলোৱা হয় এই অভিযান। ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত নাওঁ লৈ আৰক্ষীয়ে চলাইছিল অভিযান।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.