ETV Bharat / state

বিলাসীপাৰাৰ গৌৰাং নৈত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ - death-body-recovery-bilasipara

বিলাসীপাৰাৰ গৌৰাং নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ অবশ্যে বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ পৰিচয় ৷

death-body-recovery-bilasipara
বিলাসীপাৰাৰ গৌৰাং নৈত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ
author img

By

Published : Dec 15, 2020, 10:15 PM IST

বিলাসীপাৰা,15ডিচেম্বৰ: মংগলবাৰে সন্ধিয়াৰ ভাগত বিলাসীপাৰাৰ গৌৰাং নৈৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ কাঠালদি ৩য় খণ্ড গাঁৱৰ কাষৰে বৈ যোৱা নৈ খনত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ অৰ্ধ গলিত তথা উলঙ্গ অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে ৷

মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়ে বিলাসীপাৰা আৰক্ষীক ৷ বিলাসীপাৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ৷ অচিনাক্ত মৃতদেহটো মহিলাৰ বুলি চিনাক্ত কৰা হৈছে ৷ দুবৃত্তই হত্যা কৰি নৈখনত উটাই দিয়াৰ সন্দেহ কৰে একাংশই ৷ পৰবৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো কৰি লৈ যায় বিলাসীপাৰা আৰক্ষী চকীলৈ ৷

অন্য এক খবৰৰ বাবে: নগাঁৱত জঘন্য ঘটনাঃ পিতৃৰ বিৰুদ্ধে নিজ কন্যাক ধৰ্ষণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.