ETV Bharat / state

ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ সজাগতা সৃষ্টিৰ প্ৰয়াস

স্বেচ্ছাসেৱী সংস্থা ৱৰ্ল্ড ভিজন ইণ্ডিয়া’(World Vision India)ই বুধবাৰে বিলাসীপাৰাৰ লক্ষীগঞ্জত এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷ শিশু সুৰক্ষা আৰু উন্নয়ন(Child protection and development)ৰ লগতে ক'ভিড ১৯ সন্দৰ্ভত সজাগ হোৱা সংস্থাটোৰ মূল উদ্দেশ্য ৷

author img

By

Published : Jun 16, 2021, 1:52 PM IST

World Vision India
ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ সজাগতা সৃষ্টিৰ প্ৰয়াস

পশ্চিম বিলাসীপাৰা, 16 জুন : দেশৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা ‘ৱৰ্ল্ড ভিজন ইণ্ডিয়া’(World Vision India)ৰ প্ৰশংসনীয় পদক্ষেপ ৷ বুধবাৰে বিলাসীপাৰাৰ লক্ষীগঞ্জত স্বেচ্ছাসেৱী সংস্থাটোৱে এক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰে ৷ সংস্থাৰ কাৰ্যসূচী প্ৰৱন্ধক ডেভিদ দত্তৰ নেতৃত্বত লক্ষীগঞ্জ ৰাজ্যিক চিকিৎসালয়(Lakhiganj State Hospital) ৰ পৰা এক সজাগতা সমদল উলিওৱা হয় ৷

উল্লেখ্য যে, শিশু সুৰক্ষা আৰু উন্নয়ন(Child protection and development)ৰ লগতে ক'ভিড ১৯ সন্দৰ্ভত সজাগ হোৱা সংস্থাটোৰ মূল উদ্দেশ্য ৷ বুধবাৰে চিকিৎসালয়খনৰ চৌহদত বন্তি প্ৰজ্বলনৰ পিচতে চিকিৎসা পৰিচালনা সমিতি(Medical Management Committee)ৰ সভাপতিয়ে ফ্লেগ অফ কৰি সজাগতা সমদলৰ শুভাৰম্ভ কৰে ৷ আনহাতে, এনে সজাগতাৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৰাইজ উপকৃত হ’ব বুলি চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক : বিহপুৰীয়া সমষ্টিক বানমুক্ত কৰাৰ পৰিকল্পনা বিধায়ক অমিয় কুমাৰ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.