ধুবুৰী, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধুবুৰীৰ বিলাসীপাৰাতোমহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
বিলাসীপাৰাত ৰাজপথত শিক্ষকৰ প্ৰতিবাদ - বিলাসীপাৰা
বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী
চৰকাৰৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজপথত প্ৰতিবাদ
ধুবুৰী, ২৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে ধুবুৰীৰ বিলাসীপাৰাতোমহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
Slug- A_Dhb_801_805_26Feb_Teachers_Protest_Vis+Byte_Shahanur
Date - 26/2/19
( Files send through FTP )
oc/vo:- প্ৰাপ্য আদায়ৰ দাবীত শিক্ষানুষ্ঠান এৰি ৰাজপথ লৈ ওলাই আহিল শিক্ষক সমাজ। শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতিবাদত মঙ্গলবাৰে উত্তাল হৈ পৰিল ধুবুৰীৰ বিলাসীপাৰা চহৰৰ ৰাজপথ। বিজেপি চৰকাৰ হায় হায়, গ্ৰেড পে'ৰ আসোঁৱাহ দূৰ কৰক, ঠিকা ভিত্তিত কৰ্মৰত শিক্ষকৰ চাকুৰী নিয়মীয়া কৰক, প্ৰাথমিক শিক্ষা- শিক্ষক-ছাত্ৰ ছাত্ৰীৰ সমস্যা দূৰ কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ। ধুবুৰীৰ বিলাসীপাৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত উলিয়ায় এই প্ৰতিবাদী সমদল। ইয়াৰ পিছতে বিলাসীপাৰাৰ মহকুমাধিপতিৰ জড়িয়তে মুখ্যমন্ত্ৰী লৈ এখন ১১ দফীয়া সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Byte:- প্ৰতিবাদী শিক্ষক।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।