ETV Bharat / state

21 ৰ মন্ত্ৰণা লৈ নামনিত পৃথ্বীৰাজ প্ৰভাকৰ সাথ

author img

By

Published : Dec 25, 2020, 11:11 AM IST

বৃহস্পতিবাৰে নামনি অসমত উপস্থিত হ'ল AICC ৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথ ৷ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হোৱাৰ পিচতেই নেতা গৰাকীক উষ্ম আদৰণি জনাই কংগ্ৰেছকৰ্মী সকলে ৷

AICC's Assam-in-charge Secretary prithiraj Prabhakar Saath arrives in Assam
21 ৰ মন্ত্ৰণা লৈ নামনিত পৃথিৱীৰাছ প্ৰভাকৰ সাথ

পূৱ বিলাসীপাৰা, ২৫ ডিচেম্বৰ : 21 ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ ৰাজনৈতিক মন্ত্ৰণালৈ বৃহস্পতিবাৰে নামনি অসমত উপস্থিত হ'ল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথ ৷ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হোৱাৰ পিচতেই নেতা গৰাকীক উষ্ম আদৰণি জনাই কংগ্ৰেছকৰ্মী সকলে ৷

সেই সময়ত নেতা গৰাকীক আদৰিবলৈ উপস্থিত থাকে চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ লগতে যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মী ৷ উপস্থিত হৈ সংবাদ মাধ্যমক সম্বোধন কৰি পৃথ্বীৰাজ প্ৰভাকৰ সাথে কয়, আগন্তুক অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৷ তদুপৰি নামনি অসমত আগৰ তুলনাত অধিক আসনত জয়লাভ কৰাৰ বাবে কংগ্ৰেছে পূৰ্ণ গতিত কাম কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক:বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.