ধেমাজি, 05 এপ্ৰিল: লোকসভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে । বিশেষকৈ অসমীয়াৰ চেনেহৰ বিহুৱান গামোচা তৈয়াৰক লৈ ব্যস্ত হৈ পৰিছে শিপিনীসকল ৷ এতিয়া ঘৰে ঘৰে মাথো তাঁতশাল আৰু মাকোৰ শব্দ । এই গামোচাৰে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা চলাইছে এজন যুৱকে ৷ ধেমাজিৰ চৌখাম গাঁৱৰ কুলেন হাতীবৰুৱা নামৰ পুৰুষ শিপিনীৰগৰাকীৰ এইবাৰ লক্ষ্য ৰঙালী বিহুত তেওঁৰ মৌচুমী বোৱা-কটা ক্ষুদ্ৰ উদ্যোগৰ পৰা ব্যৱসায় কৰিব প্ৰায় দুই হাজাৰ গামোচা ৷ কুলেন হাতীবৰুৱাৰ উদ্যোগত দিনে নিশাই দহ খন তাঁতশালত আঠ গৰাকী শিপিনীয়ে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি ৷ পকোৱা, তচ মুগা, মুগা আদি সূতাৰ পৰা তৈয়াৰ কৰা হৈছে নানা ৰঙী ফুলৰ গামোছা ৷
চেনেহৰ বিহুৱানখনো হ'ব পাৰে ব্যৱসায়ৰ সমল - গামোচা
বিশেষকৈ অসমীয়াৰ চেনেহৰ বিহুৱান গামোচা তৈয়াৰক লৈ ব্যস্ত হৈ পৰিছে শিপিনীসকল ৷ এতিয়া ঘৰে ঘৰে মাথো তাঁতশাল আৰু মাকোৰ শব্দ । এই গামোচাৰে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা চলাইছে এজন যুৱকে ৷
ধেমাজি, 05 এপ্ৰিল: লোকসভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে । বিশেষকৈ অসমীয়াৰ চেনেহৰ বিহুৱান গামোচা তৈয়াৰক লৈ ব্যস্ত হৈ পৰিছে শিপিনীসকল ৷ এতিয়া ঘৰে ঘৰে মাথো তাঁতশাল আৰু মাকোৰ শব্দ । এই গামোচাৰে স্বাৱলম্বী হ'বলৈ প্ৰচেষ্টা চলাইছে এজন যুৱকে ৷ ধেমাজিৰ চৌখাম গাঁৱৰ কুলেন হাতীবৰুৱা নামৰ পুৰুষ শিপিনীৰগৰাকীৰ এইবাৰ লক্ষ্য ৰঙালী বিহুত তেওঁৰ মৌচুমী বোৱা-কটা ক্ষুদ্ৰ উদ্যোগৰ পৰা ব্যৱসায় কৰিব প্ৰায় দুই হাজাৰ গামোচা ৷ কুলেন হাতীবৰুৱাৰ উদ্যোগত দিনে নিশাই দহ খন তাঁতশালত আঠ গৰাকী শিপিনীয়ে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি ৷ পকোৱা, তচ মুগা, মুগা আদি সূতাৰ পৰা তৈয়াৰ কৰা হৈছে নানা ৰঙী ফুলৰ গামোছা ৷
দুই সহস্ৰাধিক গামোছা ব্যৱসায়ৰ লক্ষ্য এজন যুৱকৰ ।
ঘৰে ঘৰে তাঁতশালত সপোন ৰচাত ব্যস্ত শিপিনী ।
Body:ধেমাজি , ৫ এপ্ৰিল :
২০১৯ৰ লোক সভাৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে
হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে । বিশেষকৈ অসমীয়া চেনেহৰ বিহৱান গামোছাক লৈ শিপিনীসকল উদ্বাউল হৈ পৰা পৰিলক্ষিত হৈছে । ঘৰে ঘৰে তাঁতশাল আৰু মাকোঁৰ শব্দ ।ধেমাজিৰ চৌখাম গাঁৱৰ কুলেন হাতীবৰুৱা নামৰ পুৰুষ শিপিনীৰ গৰাকীৰ লক্ষ্য এইবাৰ ৰঙালী বিহুত তেওঁৰ মৌচুমী বোৱা কঁটা ক্ষুদ্ৰ উদ্যোগৰ পৰা প্ৰায় দুই সহস্ৰাধিক গামোছা ব্যৱসায় কৰিব । ইয়াৰ বাবে তেওঁৰ উদ্যোগত দিনে নিশাই দহ খন তাঁতশালত আঠগৰাকী শিপিনীয়ে চলাইছে পূৰ্ণগতিত প্ৰস্তুতি । পকোৱা , তচ , মুগা আদি সূতাৰ পৰা তৈয়াৰ কৰিছে বুটা বছা নানা ৰঙী ফুলৰ গামোছা ।
bute...1. কুলেন হাতীবৰুৱা , শিপিনী ।
byte..2.&3.. যুৱতী শিপিনী ।
সেইদৰে আগন্তুক ৰঙালী বিহুক লৈ গাঁৱে -ভূঞে ঘৰে প্ৰতি তাঁতশালত সপোন ৰচাত ব্যস্ত গাঁৱৰ বোৱাৰী - জীয়ৰী ।
Pradunya Bharali , Dhemaji , Assam, 5/3/2019
Conclusion: