ETV Bharat / state

ধেমাজি সাংবাদিক নিগ্ৰহৰ ঘটনা:আটক কৰিব পৰা নাই অভিযুক্তক

author img

By

Published : Nov 14, 2019, 6:25 PM IST

ধেমাজিত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা, ৰাজ্যখনৰ ধেমাজি জিলাত এই ঘটনা সংঘটিত হয়,ঘটনাৰ বলি হোৱা সাংবাদিক গৰাকী হৈছে বনমালী মহন্ত,ভুক্তভোগী সাংবাদিক গৰাকীয়ে আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷

খোদ আৰক্ষী চকীৰ চৌহদতে নিৰাপত্তা নাই সাংবাদিকৰ

ধেমাজি, ১৪ নৱেম্বৰ : ধেমাজি জিলাত সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ ঘটনাৰ বলি হয় বনমালী মহন্ত নামৰ এজন সাংবাদিক ৷ এই ঘটনাৰ ৪৮ ঘন্টা অতিক্ৰম কৰাৰ পিছতো দোষীক কৰায়ত্ত কৰিব পৰা নাই ধেমাজিৰ চিচিবৰগাঁও আৰক্ষীয়ে ৷ ভুক্তভোগী সাংবাদিক গৰাকী বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

খোদ আৰক্ষী চকীৰ চৌহদতে নিৰাপত্তা নাই সাংবাদিকৰ

পৰিতাপৰ বিষয় যে, চিচিবৰগাঁও আৰক্ষী চকীৰ ভিতৰে-বাহিৰে আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো থানা চৌহদতে সাংবাদিক নিগ্ৰহৰ ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে,সেয়া লক্ষণীয় বিষয় ৷ দুৰ্বৃত্তই বেয়াকৈ মাৰধৰ কৰাৰ ফলত সাংবাদিক গৰাকী আহত হয় ৷ ঘটনাটোৱে ইতিমধ্যে ধেমাজিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দোষীৰ উপযুক্ত শাস্তি দাবীত বুধবাৰে ধেমাজি জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰে সাংবাদিকৰ এটা দলে ৷ ইপিনে ভুক্তভোগী সাংবাদিক গৰাকীয়ে আৰক্ষীৰ ভূমিকা সন্দেহজনক বুলি মন্তব্য প্ৰকাশ কৰে ৷ ঘটনাৰ পিছৰ পৰা সাংবাদিক গৰাকী নিৰাপত্তাহীনতাত ভোগাৰ কথা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত ৷

লগতে চাওক:দৰং আৰক্ষীৰ সাফল্য: গ্ৰেপ্তাৰ চাহপাত ভৰ্তি ট্ৰাক চুৰিকাণ্ডৰ মূল নায়ক

Intro:৪৮ ঘন্টা অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰাই সাংবাদিক আক্ৰমণকাৰীক ৷আৰক্ষীৰ চকীৰ চৌহদতে অসুৰক্ষিত সাংবাদিক ৷Body:

ধেমাজি , ১৪ নৱেম্বৰ : ৪৮ ঘন্টা অতিক্ৰম কৰাৰ পিছতো সংবাদিক আক্ৰমণকাৰীক কৰায়ত্ত কৰিব পৰা নাই ধেমাজিৰ চিচি বৰগাও আৰক্ষীয়ে ৷ ইপিনে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহাৰ পিছত পুনৰ স্বাস্থ্য অৱনতি হোৱাত বত’মান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সাংবাদিক বনমালী মহন্ত ৷

আশ্চৰ্যজনক কথা যে চিচিবৰগাও আৰক্ষী চকীত বাহিৰে ভিতৰে আৰক্ষীয়ে গিজ গিজাই থকাৰ পিছতো বাতৰি সংগ্ৰহ কৰবলৈ যোৱা নিৰীহ সাংবাদিক বনমালী মহন্তক কেনেকৈ দুবৃত্তই বেয়াকৈ মাৰধৰ কৰিবলৈ কৰিব পাৰিলে তাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ আৰক্ষীৰ চকীৰ চৌহদৰ ভিতৰতে কেনেকৈ অসুৰক্ষিত হল সাংবাদিক ৷ ইতিমধ্যে দোষীক উপযুক্ত শাস্তিৰ দাবীত বুধবাৰে ধেমাজি আৰক্ষী অধীক্ষকগৰা কীক সাক্ষাৎ কৰি দাবী জনাইছিল যদিও অদ্যাপি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

এইক্ষেত্ৰত। চিকিৎসাধীন সাংবাদিক গৰাকীয়ে আৰক্ষীৰ ভূমিকাক সন্দেহজনক বুলি সমালোচনা কৰি অতি শীঘ্ৰে দোষীক শাস্তি দিবলৈ দাবী জনাইছে

byte...victim Journalist

Pradunya Bharali , Dhemaji , Assam .14/11/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.