ETV Bharat / state

জোনাইৰ বিভিন্ন ঠাইত ধুমুহাই চলালে তাণ্ডৱ

বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত গছ বাগৰি জোনাইৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন

author img

By

Published : Aug 12, 2019, 11:00 PM IST

জোনাইৰ বিভিন্ন ঠাইত ধুমুহাই চলালে তাণ্ডৱ

ধেমাজি ,12 আগষ্টঃ

  • প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ধেমাজি জিলাৰ জোনাইত
  • প্ৰকাণ্ড গছ বাগৰি যান বাহন ক্ষতিগ্ৰস্ত
  • বিভিন্ন প্ৰান্তত গছ বাগৰিৰ পৰাত বন্ধ হৈ পৰে পথ
  • বৰ্তমানলৈকে কোনো লোক হতাহতি হোৱা নাই

Intro:Body:জোনাইত প্ৰচণ্ড ধুমুহা/ গাড়ীৰ ওপৰত প্ৰকাণ্ড বাগৰি বিধ্বস্ত

জোনাই ১২ আগষ্ট
জোনাইত আজি হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাত গছ এজোপা উভালি পৰি বাগৰি পৰে এখন গাড়ীৰ ওপৰত জোনাইৰ তৰাজানৰ পদ্মেশ্বৰ দলে নামৰ প্ৰবক্তাৰ এ এছ ০১ বি আৰ ৯০২৬ নম্বৰৰ এল্ট্ৰৰ ৮০০ গাড়ীখন কমলা শৰ্মাৰ বাসগৃহৰ চোতালত প্ৰখৰ ৰদৰ পৰা বচাবলৈ ৰাখিছিল এজোপা গছৰ তলত| কিন্তু হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাত গাড়ী খনৰ ওপৰত গছজোপা ভাগৰি পৰাত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে| ইফালে ধুমুহাৰ ফলত জোনাইৰ বিভিন্ন প্ৰান্তত গছ বাগৰি বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে |

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.