জোনাই,25 জুলাইঃ জোনাইৰ কবু চাপৰিত বিদেশী নাগৰিক আটক ৷ ধেমাজি জিলাৰ জোনাইত সীমান্ত আৰক্ষীয়ে বুধবাৰে আটক কৰে এজন বাংলাদেশী নাগৰিক ৷ আটকাধীন লোকজনৰ নাম ৰবি আলী আৰু পিতাকৰ নাম চোৰমান আলী বুলি চিনাক্ত ৷ ধেমাজি বিদেশী ন্যায়াধীকৰণ আদালতে ৰবি আলীক বিদেশী বুলি ঘোষণা কৰাৰ লগতে লোক জনক আটক কৰি নিজ দেশলৈ উভতাই পঠাবলৈ নিৰ্দেশ জাৰি কৰে ধেমাজি জিলা আৰক্ষী আৰু সীমান্ত আৰক্ষীক ৷ সেই মৰ্মে ধেমাজি জিলাৰ সীমান্ত আৰক্ষীয়ে আজি কবু চাপৰিৰ পৰা লোক জনক আটক কৰি ধেমাজি লৈ যায় ৷ উল্লেখ্য যে,জোনাইৰ কবু চাপৰি নদীৰ দ্বীপ হোৱা বাবে বহুজন তেনে বিদেশী নাগৰিকে বহু দিন ধৰি বসবাস কৰি আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
জোনাইত বিদেশী নাগৰিক আটক
ধেমাজি বিদেশী ন্যায়াধীকৰণ আদালতে বিদেশী ঘোষণা কৰা লোক জনৰ নাম ৰবি আলী
জোনাই,25 জুলাইঃ জোনাইৰ কবু চাপৰিত বিদেশী নাগৰিক আটক ৷ ধেমাজি জিলাৰ জোনাইত সীমান্ত আৰক্ষীয়ে বুধবাৰে আটক কৰে এজন বাংলাদেশী নাগৰিক ৷ আটকাধীন লোকজনৰ নাম ৰবি আলী আৰু পিতাকৰ নাম চোৰমান আলী বুলি চিনাক্ত ৷ ধেমাজি বিদেশী ন্যায়াধীকৰণ আদালতে ৰবি আলীক বিদেশী বুলি ঘোষণা কৰাৰ লগতে লোক জনক আটক কৰি নিজ দেশলৈ উভতাই পঠাবলৈ নিৰ্দেশ জাৰি কৰে ধেমাজি জিলা আৰক্ষী আৰু সীমান্ত আৰক্ষীক ৷ সেই মৰ্মে ধেমাজি জিলাৰ সীমান্ত আৰক্ষীয়ে আজি কবু চাপৰিৰ পৰা লোক জনক আটক কৰি ধেমাজি লৈ যায় ৷ উল্লেখ্য যে,জোনাইৰ কবু চাপৰি নদীৰ দ্বীপ হোৱা বাবে বহুজন তেনে বিদেশী নাগৰিকে বহু দিন ধৰি বসবাস কৰি আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
জোনাইৰ কবু চাপৰিত বিদেশী নাগৰিক আটক
জোনাই ২৪ জুলাই
ধেমাজি জিলাৰ জোনাইত সীমান্ত আৰক্ষীয়ে আজি নদীদ্বীপ কবু চাপৰিৰ পৰা এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে ।গ্ৰেপ্তাৰী বিদেশীজনৰ ৰবি আলি পিতা চোৰমান আলি বুলি চিনাক্ত হৈছে । উল্লেখ্য যে জোনাই কবু চাপৰিত কেৱল মাত্ৰ ৰবি আলিয়ে বিদেশী নাগৰিক জনে আত্মগোপৰ কৰি আছে তেনে নহয় ।ধেমাজি বিদেশী ন্যাধিকৰণ আদালতে ৰবি আলি নামৰ কবু চাপৰিৰ লোক জনক বিদেশী বুলি ঘোষণা কৰাৰ লগতে লোক জনক আটক কৰি নিজা দেশলৈ ওভতাই পঠাবলৈ নিৰ্দেশ জাৰি কৰে ধেমাজি জিলা আৰক্ষী আৰু সীমান্ত আৰক্ষীক| সেই মৰ্মে ধেমাজি জিলাৰ সীমান্ত আৰক্ষীয়ে আজি কবু চাপৰিৰ পৰা লোক জনক আটক কৰি ধেমাজি লৈ যায় |উল্লেখ্য যে জোনাইৰ কবু চাপৰি নদীৰ দ্বীপ হোৱা বাবে বহুজন তেনে বিদেশী নাগৰিকে যুগ যুগ ধৰি বসবাস কৰি আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ কৰিছে|
কৰবী দলে জোনাই
Conclusion:null