ETV Bharat / state

ধেমাজিত সতী ৰাধিকা দিৱস আৰু ৰঙালী উৎসৱ - ধেমাজি

প্ৰথম দিনা পতাকা উত্তোলন আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰাৰ পাচত সন্ধিয়া সতী ৰাধিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আৰু সতী ৰাধিকা নাটক প্ৰদৰ্শন কৰা হয় ।

ধেমাজিত ৩৪ সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী উৎসৱ
author img

By

Published : May 19, 2019, 7:31 PM IST

ধেমাজি, 19 মে': ধেমাজিৰ চিত্ৰবন যুৱ সংঘৰ উদ্যোগত ১৮ আৰু ১৯ মে'ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত ৩৪ সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী উৎসৱ অনুষ্ঠিত হয় । প্ৰথম দিনা পুৱা পতাকা উত্তোলন আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰাৰ পাচত সন্ধিয়া সতী ৰাধিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আৰু সতী ৰাধিকা নাটক প্ৰদৰ্শন কৰা হয় । দেওবাৰে অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে বিহুৱতী কৃষ্ণা দিহিংগীয়াই ।

Intro:ধেমাজিত ৩৪ সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী উৎসৱ ।

Body:ধেমাজি , 19 মে : ধেমাজিৰ চিত্ৰবন যুৱ সংঘ ৰ উদ্যোগত ১৮আৰু ১৯ মে ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ৩৪ সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস আৰু ৰঙালী উৎসৱ অনুষ্ঠিত হৈছে ।প্ৰথম দিনা পুৱা পতাকা উত্তোলন আৰু বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৰে আৰম্ভ কৰাৰ পিছত সন্ধিয়া সতী ৰাধিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আৰু সতী ৰাধিকা নাটক প্ৰদৰ্শন কৰা হয় । দেওবাৰে অন্তিম দিনা বিহুৰ মঞ্চ উদ্বোধন কৰে এসময়ৰ অসমৰ জনপ্ৰিয় বিহুৱতী কৃষ্ণা দিহিংগীয়াই ।সন্ধিয়ালৈ ভূপেন হাজৰিকাৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।

Pradunya Bharali , Dhemaji, Assam , 19/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.