এটা সাম্প্ৰদায়িক মন্তব্যই ৰঙাঘৰৰ আলহী কৰিব পাৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক ৷ জাঙুৰ খাই উঠিছে ৰাজ্যৰ ব্ৰাহ্মণ সমাজ ৷ যোৰহাট,দৰং ব্ৰাহ্মণ সমাজৰ লগতে ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চই সুৰাকণ্ঠ নামেৰে নামাকৰণ কৰিছে জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীক...সবিশেষ চাওক এই প্ৰতিবেদনত..
"সুৰাকণ্ঠ" নামেৰে নামাকৰণ কৰক জুবিন গাৰ্গক"
কাঞ্চনজংঘা ছবি খনত মুখ ঠেকেছা খাব বুলি দাবী কৰিলে ব্ৰাহ্মণ সমাজে
জুবিন গাৰ্গ
এটা সাম্প্ৰদায়িক মন্তব্যই ৰঙাঘৰৰ আলহী কৰিব পাৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক ৷ জাঙুৰ খাই উঠিছে ৰাজ্যৰ ব্ৰাহ্মণ সমাজ ৷ যোৰহাট,দৰং ব্ৰাহ্মণ সমাজৰ লগতে ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চই সুৰাকণ্ঠ নামেৰে নামাকৰণ কৰিছে জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীক...সবিশেষ চাওক এই প্ৰতিবেদনত..
Intro: জুবিনৰ মন্তব্যকলৈ মঙলদৈত জাঙুৰ খাই উঠিল ব্ৰাহ্মণ সমাজ ।
# *সুৰা কণ্ঠ* উপাঠী দিলে দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সমাজেBody:যুৱ প্ৰজন্মৰ হাৰ্ডথ্ৰব জুবিন গাৰ্গৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সদৌ অসম ব্ৰাহ্মণ সমাজ ৷ জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীয়ে ব্ৰাহ্মণ সমাজক মাৰিব লাগে আৰু লগুণ চিগি পেলাব লাগে বুলি কৰা মন্তব্যক গৰিহণা ব্ৰাহ্মণ সমাজৰ ৷
জুবিন গাৰ্গে এনে মন্তব্যৰে সমগ্ৰ ব্ৰাহ্মণ জাতিকে অপমান কৰা বুলি উল্লেখ কৰে ।
জুবিনক "সুৰা কণ্ঠ" হিচাবে বিভূষিত কৰিবলৈ আহ্বান ।
কালা পাহাৰ নামৰ অসুৰৰ সৈতেও তুলনা জুবিন গাৰ্গক ।
আনহাতে এই ক্ষেত্ৰত অসমৰ প্ৰতি জিলাতে জুবিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও প্ৰকাশ কৰে ৷
লগতে কাঞ্চনজংঘাঁ ছবি খনত মুখ ঠেকেছা খাব বুলিও দাবী কৰে ।
Conclusion: মঙলদৈ বিষ্ণু মন্দিৰত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সমাজ, দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ যুৱ মঞ্চই এক সংবাদ মেল যোগে এই কথা উল্লেখ কৰে ।
Debabrat goswami. darrang