ETV Bharat / state

Wastage of government scheme : মঙলদৈত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল - Wastage of government scheme

মঙলদৈত চৰকাৰী আঁচনিৰ ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Wastage of government scheme money in Mangaldai)। শিক্ষা বিভাগৰ কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । সময় মতে বিতৰণ নকৰাৰ ফলত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল ।

jWastage of government scheme
Wastage of government money in Mangaldai:মঙলদৈত বন্ধ কোঠাতেই নষ্ট হৈছে চাইকেল
author img

By

Published : Jul 25, 2022, 4:47 PM IST

মঙলদৈ, ২৫ জুলাই: মঙলদৈত শিক্ষা বিভাগৰ কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । শিক্ষা বিভাগৰ হেমাহিৰ বাবে চৰকাৰী আঁচনিৰ ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে । সময় মতে বিতৰণ নকৰাৰ ফলত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল । চৰকাৰী আঁচনিৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে অহা চাইকেল সমূহ বিতৰণ নকৰি যতে -ততে পেলাই থোৱাত ভাঙি ছিঙি গৈছে চাইকেল সমূহ ।

মঙলদৈত বিদ্যালয়ৰ বন্ধ কোঠাতেই নষ্ট হৈছে শ শ চাইকেল

উল্লেখযোগ্য যে ২০১৭ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতেই নৱম শ্ৰেণীৰ ছাত্ৰী সকলক দিবলৈ দৰঙলৈ অনা হৈছিল চাইকেল সমূহ । কিন্তু চাইকেল সমূহ কিছু বিতৰণৰ কৰি বেছি সংখ্যক পেলাই থৈছে (Cycle for school students)। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিদ্যাপীঠ হাইস্কুলত এতিয়াও পৰি আছে এই চাইকেল সমূহ । দুখন বিদ্যালয়ৰ শ্ৰেণীকোঠা বন্ধ কৰি চাইকেল সমূহ ৰখাত পাঠদানৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ ।

শীঘ্ৰে এই চাইকেল সমূহ আঁতৰ কৰিবলৈ সংস্লিষ্ট পক্ষক আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই । এনেদৰে চাইকেল ৰখাৰ নামত শ্ৰেণী কোঠা সমূহ বন্ধ কৰি থোৱাত আপত্তি কৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশীয়ে শ্ৰেণী কোঠা সমূহ শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:Bitupan Changmai in Jail: দুটা মাহে কাৰাগাৰত বন্দী বিতোপন চাংমাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.