ETV Bharat / state

প্ৰাৰ্থীত্বৰ প্ৰত্যাশাৰে অগপ লৈ যাব পৰমানন্দ ৰাজবংশী ! - প্ৰতিদন্দিতা কৰিবলৈ সাজু

অসম আন্দোলনৰ কেইবাটাও কথা কৈ অগপ দলক সৰ্মথন কৰা পৰিলক্ষিত হয় ৷ লগতে তেওঁ মত প্ৰকাশ কৰে যে,দলে যদি সন্মান সহকাৰে তেওঁক অসমৰ যি কোনো এটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ দিলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু ড৹ পৰমানন্দ ৰাজবংশী ৷

parama nanda rajbangshi jion agp novoember
নৱেম্বৰত AGP ত যোগদান কৰিব ড০ পৰমানন্দ ৰাজবংশীয়ে !
author img

By

Published : Oct 29, 2020, 10:12 PM IST

দৰং,29 অক্টোবৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন বিৰ্তকিত সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে এইবাৰ ৰাজনীতি প্ৰৱেশ কৰিব ৷ আগন্তুক নবেম্বৰ মাহৰ ভিতৰত অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷

বৃহস্পতিবাৰে মঙলদৈত অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাত অংশলৈ এই কথা সদৰি কৰে ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷ উল্লেখযোগ্য যে, তেওঁ অসম আন্দোলনৰ কেইবাটাও কথা কৈ অগপ দলক সৰ্মথন কৰা পৰিলক্ষিত হয় ৷ লগতে তেওঁ মত প্ৰকাশ কৰে যে,দলে যদি সন্মান সহকাৰে তেওঁক অসমৰ যি কোনো এটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ দিলে প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু ড৹ পৰমানন্দ ৰাজবংশী ৷

নৱেম্বৰত AGP ত যোগদান কৰিব ড০ পৰমানন্দ ৰাজবংশীয়ে !

ইপিনে শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰত মিঞা মিউজিয়ামৰ প্ৰসংগৰ সম্বন্ধে প্ৰশ্ন কৰাত তেওঁ উল্লেখ কৰে যে, "মিঞা" শব্দটো কোনো ক্ষেত্ৰতে গ্রহণযোগ্য নহয় ৷ মিঞা মিউজিয়াম কেতিয়াও হ’ব নোৱাৰে ৷ চৰ-চাপৰিত অকল ধৰ্মীয় সংখ্যালঘু লোকেই নাথাকে,খিলঞ্জীয়া লোক থাকে ৷ গতিতে এই প্ৰসংগ কোনো কাৰণতে গ্ৰহণ যোগ্য হ’ব নোৱাৰে বুলি মত প্ৰকাশ কৰা দেখা গ’ল ড৹ পৰমানন্দ ৰাজবংশীক ৷ যি সকলে এই কাৰ্যত পূৰ্ৱতো অনুমোদন বা সন্মতি প্ৰদান কৰিছিল সেই সকল হে জগৰীয়া বুলি অভিহিত কৰে ৰাজবংশীয়ে ৷

লগতে পঢ়কঃ স্বাস্থ্য বিভাগৰ ক’ভিড যোদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.