ETV Bharat / state

দৰং জিলাৰ নিৰুপমা ডেকালৈ সাংস্কৃতিক মহাসভাৰ জীৱনজোৰা সাধনা বঁটা - ETV BHARAT

দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক সাংস্কৃতিক মহাসভাই প্ৰদান কৰিলে জীৱনজোৰা সাধনা বঁটা ৷

দৰং জিলাৰ নিৰুপমা ডেকালৈ সাংস্কৃতিক মহাসভাৰ জীৱনজোৰা সাধনা বঁটা
author img

By

Published : May 31, 2019, 5:33 PM IST

দৰং,31 মে': জীৱনৰ প্ৰতিটো মুহূৰ্ততে অনাবিল সৃষ্টিৰ সু-সমন্বয়ৰে সমৃদ্ধ বৰ্ণিল পৰিক্ৰমাক স্বীকৃতি জনাই সাংস্কৃতিক মহাসভাই দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক প্ৰদান কৰিলে "জীৱনজোৰা সাধনা" বঁটা ৷ সুদীৰ্ঘ 30 বছৰ কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত আছিল নিৰুপমা ডেকা ৷ 1969 চনত ছিপাঝাৰ ডাইমন ক্লাৱৰ উদ্যোগত অনুস্থিত হোৱা পাৰিজাত হৰণ নাটত ৰুক্মিণীৰ অভিনয়ৰে আৰম্ভণি কৰা নিৰুপমা ডেকাই বিয়ানাম,বিভিন্ন নাটকত অভিনয়,নৃত্য শিল্পী আৰু পৰৱৰ্তী সময়ত পাৰিজাত নামতি দল নামেৰে এটি নামতি দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিছে দিহানাম আৰু থিয়নাম ৷ 2005 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি পোৱা অনুপমা ডেকাক সাংস্কৃতিক মহাসভাই "জীৱনজোৰা সাধনা" বঁটাত মানপত্ৰ,জাপি,চেলেং,স্মাৰক আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে ৷ দুই পুত্ৰ,বোৱাৰী,নাতি-নাতিনীৰে ভৰপূৰ ঘৰখনত কৃষ্টিৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে আজি তেওঁ জিলিকি উঠিছে জীৱনজোৰা সাধনা বঁটাৰে ৷

Intro:

Anchor ---দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক সাংস্কৃতিক মহাসভাই প্ৰদান কৰিলে জীৱনজোৰা সাধনা বঁটা ৷

V/O ---- জীৱনৰ প্ৰতিটো মুহূৰ্ততে অনাবিল সৃষ্টিৰ সু-সমন্বয়ৰে সমৃদ্ধ বৰ্ণিল পৰিক্ৰমাক স্বীকৃতি জনাই সাংস্কৃতিক মহাসভাই দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক প্ৰদান কৰিলে " জীৱনজোৰা সাধনা " বঁটা ৷ চিৰ সুন্দৰ সাধনাক উৎসৰ্গিকৃত আদৰ্শৰে নিতৌ নৱ দিগন্তলৈ নতুন আশা আৰু ন-সাহসেৰে অগ্ৰসৰ হৈ তেঁও জীৱন চৰ্যাত উদ্ভাসিত হৈছে সৃষ্টিৰ ঐকান্তিক সাধনা ৷ প্ৰথম শ্ৰেণীত পঢ়ি থকা দিনৰে পৰা সাংস্কৃতিক পথাৰত ভৰি দি সুদীৰ্ঘ ৩০ বছৰ কৃষ্টি - সংস্কৃতিৰ সৈতে জড়িত আছিল নিৰুপমা ডেকা ৷ সৰুৰে পৰা গুৰু হিচাবে সাহস আৰু প্ৰেৰনা প্ৰদান কৰা আৰু পিছলৈ তেঁওৰ স্বামী হিচাবে সকলো দিশত অনুপ্ৰেৰণা দিয়া প্ৰয়াত মহেন্দ্ৰ চন্দ্ৰ ডেকাৰ অৱদান আছিল যথেষ্ট ৷ ১৯৬৯ চনত ছিপাঝাৰ ডাইমন ক্লাৱৰ উদ্যোগত অনুস্থিত হোৱা পাৰিজাত হৰণ নাটত ৰুক্মিণীৰ অভিনয়ৰে আৰম্ভণি কৰা নিৰুপমা ডেকাই বিয়ানাম , বিভিন্ন নাটকত অভিনয় , নৃত্য শিল্পী আৰু পৰবৰ্তী সময়ত পাৰিজাত নামতি দল নামেৰে এটি নামতি দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত পৰিবেশন কৰিছে দিহানাম আৰু থিয়নাম ৷ ২০০৫ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী হিচাৱে বিবেচিত হোৱা অনুপমা ডেকাক সাংস্কৃতিক মহাসভাই " জীৱনজোৰা সাধনা " বঁটা / ২০১৮ প্ৰদান অনুস্থানত মানপত্ৰ , জাপি , চেলেং , স্মাৰক আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে ৷ দুই পুত্ৰ , বোৱাৰী , নাতি - নাতিনীৰে ভৰপুৰ ঘৰখনত কৃষ্টিৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে আজি তেঁও জিলিকি উঠিছে জীৱনজোৰা সাধনা বঁটাৰে ৷
Body:

Anchor ---দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক সাংস্কৃতিক মহাসভাই প্ৰদান কৰিলে জীৱনজোৰা সাধনা বঁটা ৷

V/O ---- জীৱনৰ প্ৰতিটো মুহূৰ্ততে অনাবিল সৃষ্টিৰ সু-সমন্বয়ৰে সমৃদ্ধ বৰ্ণিল পৰিক্ৰমাক স্বীকৃতি জনাই সাংস্কৃতিক মহাসভাই দৰঙৰ বৰদৌলগুৰিৰ নিৰুপমা ডেকাক প্ৰদান কৰিলে " জীৱনজোৰা সাধনা " বঁটা ৷ চিৰ সুন্দৰ সাধনাক উৎসৰ্গিকৃত আদৰ্শৰে নিতৌ নৱ দিগন্তলৈ নতুন আশা আৰু ন-সাহসেৰে অগ্ৰসৰ হৈ তেঁও জীৱন চৰ্যাত উদ্ভাসিত হৈছে সৃষ্টিৰ ঐকান্তিক সাধনা ৷ প্ৰথম শ্ৰেণীত পঢ়ি থকা দিনৰে পৰা সাংস্কৃতিক পথাৰত ভৰি দি সুদীৰ্ঘ ৩০ বছৰ কৃষ্টি - সংস্কৃতিৰ সৈতে জড়িত আছিল নিৰুপমা ডেকা ৷ সৰুৰে পৰা গুৰু হিচাবে সাহস আৰু প্ৰেৰনা প্ৰদান কৰা আৰু পিছলৈ তেঁওৰ স্বামী হিচাবে সকলো দিশত অনুপ্ৰেৰণা দিয়া প্ৰয়াত মহেন্দ্ৰ চন্দ্ৰ ডেকাৰ অৱদান আছিল যথেষ্ট ৷ ১৯৬৯ চনত ছিপাঝাৰ ডাইমন ক্লাৱৰ উদ্যোগত অনুস্থিত হোৱা পাৰিজাত হৰণ নাটত ৰুক্মিণীৰ অভিনয়ৰে আৰম্ভণি কৰা নিৰুপমা ডেকাই বিয়ানাম , বিভিন্ন নাটকত অভিনয় , নৃত্য শিল্পী আৰু পৰবৰ্তী সময়ত পাৰিজাত নামতি দল নামেৰে এটি নামতি দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত পৰিবেশন কৰিছে দিহানাম আৰু থিয়নাম ৷ ২০০৫ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শিল্পী হিচাৱে বিবেচিত হোৱা অনুপমা ডেকাক সাংস্কৃতিক মহাসভাই " জীৱনজোৰা সাধনা " বঁটা / ২০১৮ প্ৰদান অনুস্থানত মানপত্ৰ , জাপি , চেলেং , স্মাৰক আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰে ৷ দুই পুত্ৰ , বোৱাৰী , নাতি - নাতিনীৰে ভৰপুৰ ঘৰখনত কৃষ্টিৰ প্ৰতি থকা শ্ৰদ্ধাৰ বাবে আজি তেঁও জিলিকি উঠিছে জীৱনজোৰা সাধনা বঁটাৰে
দেবব্ৰত গোস্বামী দৰঙConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.