ETV Bharat / state

কৰ'ণাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু - কৰ’ণাত আক্ৰান্ত লোক

বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত দৰঙৰ প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ পানবাৰীৰ আব্দুল মজিদ নামৰ লোকজনে মঙলদৈ হাস্পতাললৈ লৈ আহি থকাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় ৷

কৰ'নাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

author img

By

Published : Apr 22, 2021, 7:30 AM IST

দৰং,22 এপ্ৰিল: ক্ৰমাৎ দৰং জিলাত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ দৰঙৰ পানবাৰীৰ আব্দুল মজিদ নামৰ লোক জনে প্ৰাণ হেৰুৱাই মহামাৰী ক'ৰণাত ৷

তেজপুৰ মেডিকেল কলেজ হাস্পতালত ব্যক্তি গৰাকীৰ দেহত ক'ৰণা উপস্থিতি ধৰা পৰে যদিও মঙলদৈ হাস্পতাললৈ লৈ অহাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় আব্দুল মজিদ নামৰ লোক জনে ৷ উল্লেখ্য যে, ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটা পৰিলক্ষিত হৈছে ৷ দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰী কৰিছে ৷

লগতে পঢ়ক: ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.