ETV Bharat / state

দৰঙৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসক কম্পাউণ্ডাৰৰ শীতল যুদ্ধ

author img

By

Published : Oct 23, 2019, 8:51 PM IST

Updated : Oct 23, 2019, 9:14 PM IST

কোন দিশে ৰাজ্যৰ স্বাস্থ্য বিভাগ? বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা । চিকিৎসক কম্পাউণ্ডৰৰ কণ্ডলত অতিষ্ঠ হৈ ৰাইজৰ প্ৰতিবাদ ।

বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চৰম অৰাজকতা

দৰং, 23 অক্টোবৰ: দৰং জিলাৰ বুঢ়ীনগৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক-কম্পাউণ্ডাৰৰ কণ্ডলত অতিষ্ঠ হৈ পৰিছে ৰোগী । দীৰ্ঘদিনীয়া চিকিৎসক কম্পাউণ্ডাৰৰ মতানৈক্যৰ বাবেই মংগলবাৰে উত্তপ্ত পৰিস্থিতিয়ে দেখা দিয়ে চিকিৎসালয়খনত । কম্পাউণ্ডাৰৰ অভিযোগ অনুসৰি, সুজিত মণ্ডল নামৰ চিকিৎসকগৰাকীয়ে চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে ঔষধ থকাৰ পাচটো লিখে বাহিৰৰ ফাৰ্মাচীৰ ঔষধ ৷ আনফালে চিকিৎসৰ অভিযোগ, কম্পাউণ্ডাৰে দিয়ে নিদান পত্ৰ(prescription) বৰ্হিভূত ঔষধ ৷ এতিয়া এনেদৰেই চলিছে ৰাইজৰ স্বাস্থ্য বিভাগ । পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ এনে অৰাজকতাৰ বিষয়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষ্যণীয় ।

Intro:কোন দিশে ৰাজ্যৰ স্বাস্থ্য বিভাগ?

বুঢ়ীনগৰ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্রত চৰম অৰাজকতা।

চিকিৎসক কম্পাউন্ডাৰৰ কন্ডলত অতিষ্ঠ হৈ ৰাইজৰ প্ৰতিবাদ। Body:

দৰং জিলাৰ বুঢ়ীনগৰ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক কম্পাউন্ডাৰৰ কন্ডলত অতিষ্ঠ হৈ পৰিছে ৰোগী।
দীৰ্ঘদিনীয়া চিকিৎসক কম্পাউন্ডাৰৰ মনৰ অমিলৰ বাবেই মংগলবাৰে উতপ্ত পৰিস্থিতিয়ে দেখা দিয়ে চিকিৎসালয় খনত।

ডক্টৰৰ মতে ডক্টৰ শুদ্ধ আকৌ কম্পাউন্ডাৰৰ মতে কম্পাউন্ডাৰ শুদ্ধ।

কম্পাউন্ডাৰৰ অভিযোগ চুজিত মন্দল নামৰ ডক্টৰ জনে চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে ঔসধ থকাৰ পাচটো
লিখে বাহিৰা ফাৰ্মাচীৰ ঔসধ

আনফালে...
ডক্টৰ জনৰ অভিযোগ কম্পাউন্ডাৰে দিয়ে প্ৰেস্কীপচনৰ বাহিৰৰ ঔসধ।

এনেদৰেই চলিছে ৰাইজৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য পক্ৰীয়া ।
পৰবৰ্তী সময়ত স্বাস্থ্য বিভাগে চিকিৎসালয় খনৰ এনে অৰাজকতাৰ উপৰত কি ব্যবস্থা গ্রহণ কৰে সেয়া হব লক্ষনীয়।

Conclusion:Debabrat goswami.Darrang
Last Updated : Oct 23, 2019, 9:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.