ETV Bharat / state

জলজলীত শিশু-মইনাৰ কল-কলনিৰে আৰম্ভ ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ

সাংস্কৃতিক শোভাযাত্ৰাত দৰঙৰ বিভিন্ন কৃষ্টি সংস্কৃতি উপস্থাপন বিভিন্ন শাখা মইনা পাৰিজাতৰ

author img

By

Published : Mar 4, 2019, 4:32 AM IST

Updated : Mar 4, 2019, 6:30 AM IST

জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ

মঙলদৈ, ৪ মাৰ্চ : মঙলদৈৰ জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ হয় ষষ্ঠদশ দ্বি-বাৰ্ষিক মঙলদৈ জিলা শিশু সমাৰোহ । ৰবিবাৰে পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ হয় মঙলদৈ জিলা মইনা পাৰিজাতৰ জলজলী শিশু সমাৰোহ ৷ পুৱা ১০ বজাত অনুস্থিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত দৰঙৰ বিভিন্ন কৃষ্টি সংস্কৃতি উপস্থাপন কৰে জিলাখনৰ মইনা পাৰিজাতৰ বিভিন্ন শাখা সমুহে ৷ দিনৰ ১ বজাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী তথা মুকলি সভাত সভাপতিত্ব কৰে নবোদয় মইনা পাৰিজাতৰ মইনা বিদিশা শইকীয়াই লগতে অনুষ্ঠানটো উদ্বোধন কৰে নৱজ্যোতি মইনা পাৰিজাতৰ মইনা দিশান্ত ডেকাই ৷ সভাত শিশু বক্তা ৰূপে অংশ গ্ৰহণ কৰে আশা বড়া, নিষ্ঠা নন্দিনী, উপাসনা গোস্বামী, নিশিতা ডেকা আৰু মেঘৰঞ্জন নাথে ৷ অনুষ্ঠানটোত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰা, বিশিষ্ট অতিথি ড. শ্যামল প্ৰসাদ শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা জিতেন ভাগৱতী আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতি ড. ৰামচন্দ্ৰ ডেকাই ৷

undefined

A_DARRANG_3MAC_804_MAINA PARIJAT

জলজলীত শিশু-মইনাৰ কলকলনিৰে আৰম্ভ হ’ল ষষ্ঠদশ দ্বি-বাৰষিক মঙলদৈ জিলা শিশু সমাৰোহ:
  ৰবিবাৰে পুৱা ৭-৪৫ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ’ল মঙলদৈ জিলা মইনা পাৰিজাতৰ জলজলী শিশু সমাৰোহ ৷ অনুস্থানৰ লগত সংগতি ৰাখি স্মৃতি তৰ্পণ , বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পূৰ্ণ হৈ যায় ৷ শিশু-মইনা সকলৰ মাজত খেল-ধেমালি উদ্বোধন কৰে “ক” শাখাৰ মৌচম ৰাজ শিৱম আৰু “খ” শাখাৰ মানস প্ৰতিম কলিতাই  ,কবিতা আবৃত্তি উদ্বোধন কৰে “ক” শাখাৰ অপৰাজিতা দত্ত আৰু “খ” শাখাৰ জন ডেকাই ,চিত্ৰাংকন  উদ্বোধন কৰে “ক” শাখাৰ অংকিতা ডেকা আৰু “খ” শাখাৰ প্ৰাচুৰ্য্য প্ৰতিম ভাগৱতীয়ে লিখিত কুইজ উদ্বোধন কৰে “ক” শাখাৰ পৰিণীতা দাস আৰু “খ” শাখাৰ কিশলয় দ্বীপ শৰ্মা মিলিজুলি মইনা পাৰিজাত , মনযোগ আকৰ্ষণ উদ্বোধন কৰে “ক” শাখাৰ মলয় বৰুৱা আৰু “খ” শাখাৰ উজ্জ্বল নাথে ৷ পুৱা ১০ বজাত অনুস্থিত হোৱা সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত দৰং জিলাৰ বিভিন্ন কৃষ্টিসংস্কৃতিক উপস্থাপন কৰে জিলাখনৰ মইনা পাৰিজাত শাখা সমুহে ৷ দিনৰ ১-০০ বজাত হোোোোোয়া  বঁটা বিতৰণী তথা মুকলি সভাত সভাপতিত্ব কৰে নবোদয় মইনা পাৰিজাতৰ মইনা বিদিশা শইকীয়াই , উদ্বোধন কৰে নৱজ্যোতি মইনা পাৰিজাতৰ মইনা দিশান্ত ডেকাই ৷ সভাত শিশু বক্তা হিচাপে অংশ গ্ৰহণ কৰে আশা বড়া , নিষ্ঠা নন্দিনী , উপাসনা গোস্বামী , নিশিতা ডেকা আৰু মেঘৰঞ্জন নাথে ৷ ইয়াৰ উপৰিও মুখ্য অতিথি হিচাপে উপস্থিত থাকেে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস , নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰা , বিশিষ্ট অতিথি ড° শ্যামল প্ৰসাদ শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে থাকেে সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা জিতেন ভাগৱতী আৰু দৰং জিলা সাহিত্য সভাৰ সভাপতি ড° ৰামচন্দ্ৰ ডেকাই ৷

Last Updated : Mar 4, 2019, 6:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.