ETV Bharat / state

দলগাঁৱত বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2

author img

By

Published : Nov 10, 2019, 8:40 PM IST

দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন যুৱক ৷

দলগাঁৱত বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 2

দলগাঁও, 10 নৱেম্বৰঃ

  • দৰঙৰ দলগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা
  • বাছ আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজন যুৱক
  • দলগাঁৱৰ পানীডোঙৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো
  • নিহত যুৱক দুজন আলিমুদ্দি (30) আৰু ওহেজুল ইছলাম (22) বুলি চিনাক্ত

আৰু পঢ়কঃ গৌৰীসাগৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

Intro:Slug= Dalgaon_Accident_

## দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা:
## থিতাতে নিহত ২ ।

Body:

দলগাঁও /১০ নবেম্বৰ

## দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত পানীডোংত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ জানিব পৰা মতে গুৱাহাটী অভিমুখে আল্ট্ৰা বাছ এখনৰ সৈতে বিপৰীত মুখী As 13-D'-5023 নম্বৰৰ বাইক এখনৰ সৈতে মূখামূখি সংঘৰ্ষ সংঘটিত হয় ৷ যাৰ ফলত বাইকত থকা আৰোহী ২ জন থিতাতে নিহত হয়। নিহত যুবক দুজনৰ নাম আলিমুদ্দি ( ৩০) আৰু ওহেজুল ইছলাম ( ২২) বুলি জানিব পৰা গৈছে ।

Conclusion:আব্দুল হাকিম
দলগাঁও ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.