দলগাঁও,২৭জুনঃ শুক্ৰবাৰে নিশা দৰঙৰ ধূলাস্থিত অসম গ্ৰামীণ বিকাশ বেংকত সংঘটিত হয় ডকাইতি কাণ্ড । ডকাইতিৰ দলটোৱে নিশা ধাৰাষাৰ বৰষুণৰ মাজতেই সুযোগ গ্ৰহণ কৰি তলা ভাঙি বেংকত প্ৰবেশ কৰি দুটাকৈ আলমাৰী আৰু ষ্ট্ৰং ৰূমৰ তলা ভাঙি নথি পত্ৰ থানবান কৰে যদিও ডকাইতৰ দলটো কোনো ধৰণৰ নথি পত্ৰ বা নগদ ধন নিবলৈ ব্যৰ্থ হয় বুলি জনায় বেংকৰ কৰ্মচাৰীয়ে ।
অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতি - দৰঙৰ ধূলাস্থিত অসম গ্ৰামীণ বিকাশ বেংকত
নগদ ধন নিয়াত ব্যৰ্থ ডকাইতৰ দল ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতি