ETV Bharat / state

ওদালগুৰিত 2 বজালৈ ভোটদানৰ হাৰ 52 শতাংশ

বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৷ ৰাতিপুৱা 2 বজালৈ ওদালগুৰিত ভোটদানৰ হাৰ 52 শতাংশ হৈছে ৷

as-drg-04-1st-fresh-btr-vote-10006
ওদালগুৰিত 2 বজালৈ ভোটদানৰ হাৰ 52 শতাংশ
author img

By

Published : Dec 7, 2020, 1:29 PM IST

Updated : Dec 7, 2020, 3:12 PM IST

দৰং, 7 ডিচেম্বৰঃ বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে । ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমাৰ (সদৰ) মুঠতে ১০ টা পৰিষদীয় সমষ্টিত ৰাতিপুৱাৰে পৰা হৈছে নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। 2বজালৈ ওদালগুৰিত ভোটদানৰ হাৰ 52 শতাংশ হৈছে ৷

লগতে পঢ়ক- ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

Last Updated : Dec 7, 2020, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.