ETV Bharat / state

আৰ্থিক দীনতাক নেওচি জিলিকিল চিৰাঙৰ ৰূপম

author img

By

Published : May 27, 2019, 12:10 PM IST

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে চিৰাং জিলাৰ বাসুগাঁওস্থিত থুৰিবাৰীৰ মেধাৱী ছাত্ৰ ৰূপমে ৷

ৰুপম বিশ্বাস

চিৰাং , 27 মে': আৰ্থিক দীনতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এই কথা প্ৰমাণিত কৰিলে চিৰাং জিলাৰ ৰূপম বিশ্বাসে ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জিলা খনৰ বাসুগাঁও থুৰিবাৰীৰ মেধাৱী ছাত্ৰ ৰূপমে ৷ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰূপমে 80% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷

আৰ্থিক দীনতাৰ পাচতো মেধা জিলিকিল চিৰাঙত

নাপিত পিতৃ ইন্দ্ৰজিত বিশ্বাস আৰু আনৰ ঘৰত বন কৰা মাতৃৰ পুত্ৰ ইন্দ্ৰজিত বিশ্বাসে আৰ্থিক সমস্যাৰ মাজতো অতি কষ্টৰে পঢ়া শুনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বাসুগাঁৱৰ গুৰুকুল নেচনেল স্কুলৰ স্বত্বাধিকাৰী, দেৰহাছত বসুমতাৰীয়ে ৰূপমৰ পঢ়াশুনাৰ দ্বায়িত্ব লোৱাত দৰিদ্ৰ পৰিয়ালটিয়ে কিছু সকাহ পায় ৷ ইয়াৰোপৰিও এই গুৰুকুল বিদ্যালয়খনে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ দৰিদ্ৰ মেধা সম্পন্ন দহটা কৈ ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ দায়িত্ব লৈছে ৷

Slug : As_Chg_27th_May_801_Chirang_Brilliant_Student_from_poor_barber_family_viz_&_byt_Abdul_Maleque_Ahmed. 

Send by ftp. 

আৰ্থিক দৈন্যতাই শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ এই কথা পুনৰ প্ৰমাণিত কৰিলে চিৰাং জিলাৰ বাসুগাঁও থুৰিবাৰীৰ মেধাবী ছাত্ৰ ৰুপম বিশ্বাসে 
 সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এইজন ছাত্ৰই ৷ বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰুপম বিশ্বাসে 80% নম্বৰ লাভ কৰি উত্তিৰ্ণ হৈছে ৷ আৰ্থিক সমস্যাৰ মাজতো অতি কষ্টৰে পঢ়া শুনা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 
ৰূপমৰ পিতৃ ইন্দ্ৰজিত বিশ্বাস নাপিত তাৰ বিপৰিতে মাতৃয়ে অইনৰ ঘৰত কাম কৰে । ৰূপম দশম মানত উঠাৰ সময়তে পিতৃ কঠিন বেমাৰত আক্ৰান্ত হয় আৰু তেতিয়া মাকৰ ওপৰতে ভৰষা কৰি অতি কষ্টৰে পঢ়া-শুনা কৰি এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় । বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য তথা বাসুগাঁওৰ গুৰুকুল নেচনেল স্কুলৰ স্বত্বাধিকাৰী দেৰহাছত বসুমতাৰীয়ে ৰূপমৰ পঢ়াশুনাৰ দ্বায়িত্ব লোৱাত সকাহ পাইছে দৰিদ্ৰ পৰিয়ালটিয়ে । এইখিনিতে উল্লেখ কৰিব লাগিব যে এইখন গুৰুকুল বিদ্যালয়ে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ দৰিদ্ৰ মেধা সম্পন্ন দহ কৈ ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ দায়িত্ব লৈছে । 

বাইট : ছাত্ৰ ৰূপম আৰু তাৰ মাতৃ । 

 চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.