ETV Bharat / state

চিৰাঙৰ বিজনীত IPL ৰ জুৱা ঘাটি উৎখাত

বিজনী আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে চাৰিগৰাকীক ৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত দুখনকৈ বাইকৰ লগতে নগদ 13 হাজাৰ টকা, এটা টিভিসহ বহু আপত্তি জনক নথি পত্ৰ জব্দ ৷

IPL ৰ জুৱা ঘাটি উৎখাত
author img

By

Published : Apr 27, 2019, 10:02 AM IST

চিৰাং,27 এপ্ৰিল : চিৰাঙৰ বিজনীত উৎখাত IPL ৰ জুৱা ঘাটি । বিজনী আৰক্ষীয়ে অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰে চাৰিগৰাকীক ৷ আটকাধীন চাৰিজন জুৱাৰীৰ দুজন ক্ৰমে নাজিব আলী আৰু মইদুল ইছলাম আৰু আন দুজনৰ নাম এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত আৰক্ষীয়ে দুখনকৈ বাইকৰ লগতে জুৱাৰীৰ পৰা নগদ 13 হাজাৰ টকা, এটা টিভিসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে পলাতক আন দুজন জুৱাৰী ক্ৰমে আনাচ আলী আৰু আকমত আলী পলাতক ৷

আৰু পঢ়ক অবৈধ সুৰাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ অভিযান

Slug : A_Chirang_27th Apr_801_Chirang IPL Gambling 4 arrest_vis_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাঙৰ বিজনীত  IPL ৰ জুৱা ঘাটি উৎক্ষাত।
চাৰি জন জুৱাৰি আটক ক্ৰমে নাজিব আলি আৰু মইদুল ইছলাম । বাকি দুজনৰ নাম এতিয়ালৈ জানিব পৰানাই । ইয়াৰ লগতে আনাচ আলী(পুত্ৰ) আৰু আকমত আলী (পিতা) নামৰ লোক দুজন পলাতক বুলি জানিব পৰা গৈছে । 
আৰক্ষীয়ে এই অভিজানত জব্দ কৰে দুখনকৈ (বাইক) মটৰচাইকেল । এএচ২৬-বি ৬৩৭৫ নম্বৰৰ পালচাৰ  আৰু  এএচ২৬বি ৩৩৭২ নম্বৰৰ হিৰো গ্লেমাৰ । 

এই অভিযানত আৰক্ষীয়ে জুৱাত ব্যৱহৃত নগদ ১৩ হাজাৰ টকা, এখন টিভি সহ বহুতো আপত্তি জনক নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে । 
বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত গোপন তথ্যৰ ভিত্তিত আই পি এল জুৱাৰ বিৰুদ্ধে চলিছিল এই অভিযান আৰু চাৰিজন লোকক গ্ৰেপ্তাৰৰ লগতে
উৎক্ষাত কৰিবলৈ সক্ষম হয় জুৱাৰ থলি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.