ETV Bharat / state

CAA ৰ বিৰোধিতাৰে চিৰাঙত আছুৰ প্ৰতিবাদ - Effigy of Himanta

CAA ৰ বিৰোধিতাৰে চিৰাঙত দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ আছুৰ সদস্যসকলৰ ৷

CAA ৰ বিৰোধিতাৰে চিৰাঙত আছুৰ প্ৰতিবাদ
CAA ৰ বিৰোধিতাৰে চিৰাঙত আছুৰ প্ৰতিবাদ
author img

By

Published : Dec 6, 2020, 10:23 PM IST

চিৰাং. 6 ডিচেম্বৰ: চিৰাঙৰ পানবাৰী আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰে CAA বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ CAA ৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে পানবাৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিচৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ প্ৰতিবাদকাৰী সকলে CAA আৰু চৰকাৰ বিৰোধী ভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তল কৰি তোলে ৷

CAA ৰ বিৰোধিতাৰে চিৰাঙত আছুৰ প্ৰতিবাদ
CAA ৰ বিৰোধিতাৰে চিৰাঙত আছুৰ প্ৰতিবাদ

লগতে পঢ়ক: স্থানীয় ৰে‘লৰ চলাচল কৰোৱাৰ দাবীত পাঠশালাত প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.