চিৰাং, 25 জুলাইঃ চিৰাঙৰ ডাবাবিলত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ আই নদীৰ চৰত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো । আই নদীৰ বাঢ়নী পানীত উটি অহাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ । উল্লেখ্য যে, বুধবাৰে সন্ধিয়া গৰু আনিবলৈ গৈ প্ৰথমে গৰখীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো । তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷ অৰ্ধ উলংগ অৱস্থাত থকা মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
চিৰাঙৰ ডাবাবিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ
বুধবাৰে সন্ধিয়া গৰু আনিবলৈ গৈ প্ৰথমে গৰখীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো । তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷
চিৰাঙৰ ডাবাবিলত অচিনাক্ত মৃতদেহ
চিৰাং, 25 জুলাইঃ চিৰাঙৰ ডাবাবিলত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ আই নদীৰ চৰত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো । আই নদীৰ বাঢ়নী পানীত উটি অহাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ । উল্লেখ্য যে, বুধবাৰে সন্ধিয়া গৰু আনিবলৈ গৈ প্ৰথমে গৰখীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো । তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক ৷ অৰ্ধ উলংগ অৱস্থাত থকা মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
Intro:চিৰাঙৰ ডাবাবিলত আই নদীৰ চৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । বানপানীত উটি অহাৰ সন্দেহ ।
Body:চিৰাং জিলাৰ ডাবাবিলৰ আই নৈৰ চৰত অচিনাক্ত মহিলাৰ মৃতদদহ উদ্ধাৰ । বুধবাৰে সন্ধীয়া গৰু আনিবলৈ গৈ প্ৰথমে গৰখীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো । পিচত লাহে লাহে ইকান সিকান হৈ আৰক্ষীয়েও জানিব পাৰে মৃতদেহটোৰ বিষয়ে । নিশা ১১ বজাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মাজনিশাই মৰনোত্তৰ পৰিক্ষাৰ বাবে জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ।
মৃতদেহটো উবুৰি খাই পৰি আছিল সম্পুৰ্ণ উলংগ অৱস্থাত সেয়ে ধৰিব পৰা নাযায় । সন্দেহ কৰা হৈছে আদিবাসী মহিলাৰ মৃতদেহ হব আৰু আই নদীৰ বাঢ়নি পানীত উটি আহিছিল। ৰাতিপুৱাৰ সময়ত আই নদীৰ পানী বৃদ্ধি পাইছিল । বিয়লিৰ ভাগত আই নদীৰ পানীয় কমি অহাত মৃতদেহটো তাতে ৰৈ যোৱাৰ সন্দেহ কৰা হৈছে প্ৰাথমিক ভাৱে । এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃতদেহ টো । এইবাৰৰ বানপানীত এয়াই প্ৰথমটো মৃতদেহ উদ্ধাৰৰ ঘটনা পোহৰলৈ আহিছে । পৰৱৰ্তি সময়ত মৰনোত্তৰ পৰিক্ষাৰ পিচতহে সকলো তথ্য পোহৰলৈ আহিব যে কিয় বা কেনেকৈ মৃত্যু হৈছে মহিলা জনীৰ । মৃত দেহটোৰ পিন্ধনত কাপোৰ বুলিবলৈ সেউজীয়া ৰঙৰ ব্লাউজ এটাহে আছিল মাথো । ঘটনাস্থলিত সদৌ চাউতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰন সম্পাদক ছলেমন মুৰ্মু সহ কেবাজনো লোক নিশাই মৃতদেহ প্ৰত্যক্ষ কৰে যদিও চিনাক্ত হোৱা নাই মৃতদেহ কিন্ত গাৰ বৰনত আদীবাসী মহিলা বুলি অনুমান হে কৰা হৈছে ।
বাইট : আৰক্ষী সহ তিনিটা বাইট দিলো ।Conclusion:এই মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টী কৰিছে চিৰাং জিলাত ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।