চিৰাং, ২৯ মাৰ্চ: শুকুৰবাৰে চিৰাঙৰ বাঙালডোবাত আৰক্ষীয়ে চলাই এক অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰে পাঁচ শতাধিক শালকাঠ । লগতে আৰক্ষীয়ে দুটাকৈ কাঠফলা মিল বন্ধ কৰি বনবিভাগক গতাই দিয়ে । চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশনা মতে জিলা সদৰ উপআৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে জব্দ কৰা সামগ্ৰী বনবিভাগক গতাই দিয়ে ।
পাঁচ শতাধিক শালকাঠ আৰু কাঠমিল জব্দ - আৰক্ষীয়ে অভিযান চলাই
চিৰাঙৰ বাঙালডোবাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে পাঁচ শতাধিক শালকাঠৰ লগতে দুটাকৈ মিল

পাঁচ শতাধিক শালকাঠ আৰু কাঠমিল জব্দ
চিৰাং, ২৯ মাৰ্চ: শুকুৰবাৰে চিৰাঙৰ বাঙালডোবাত আৰক্ষীয়ে চলাই এক অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰে পাঁচ শতাধিক শালকাঠ । লগতে আৰক্ষীয়ে দুটাকৈ কাঠফলা মিল বন্ধ কৰি বনবিভাগক গতাই দিয়ে । চিৰাং জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশনা মতে জিলা সদৰ উপআৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে জব্দ কৰা সামগ্ৰী বনবিভাগক গতাই দিয়ে ।
পাঁচ শতাধিক শালকাঠ আৰু কাঠমিল জব্দ
পাঁচ শতাধিক শালকাঠ আৰু কাঠমিল জব্দ
Slug : A_Chirang_29th Mar_801_Chirang Illegal sawmill seized_vis & byte_Abdul Maleque Ahmed.
Send by mail.
চিৰাঙৰ বাঙালডোবাত আৰক্ষীৰ অভিযান । অভিযানকালত আৰক্ষীয়ে দুটা চোৰাং তথা অবৈধ কাঠফলা কল জব্দ কৰি বন বিভাগক গতাই দিয়ে । বাঙালডোবাৰ শালবাৰী আৰু হাদানপাৰা নামৰ ঠাইদুখনৰ পৰা পৃথকে পৃথকে দুটা কাঠ ফলা কল জব্দ কৰে । লগতে প্ৰায় পাঁচ শতাধিক ছেফ্টী নন শালকাঠ জব্দ কৰাৰ কথা জানিব দিয়ে জিলাখনৰ বাসুগাঁও থানাৰ অচিয়ে । চিৰাং জিলা আৰক্ষী অধিক্ষকৰ নিৰ্দেশনা মতে জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ।
বাইট : অচি বাসুগাঁও থানা ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।