ETV Bharat / state

বিজেপিয়ে হিন্দু বিদেশীক লৈ ৰাজনীতি কৰাৰ অভিযোগ চিৰাং জিলাৰ কংগ্ৰেছ কমিটিৰ - চিৰাং জিলাৰ কংগ্ৰেছ কমিটিৰ

বিদেশী ঘোষিত ব্যাক্তি,বিদেশী ন্যায়াধিকৰণ,ডি ভোটাৰ আদিক লৈ ব্যাপক ৰাজনীতিৰ অভিযোগ তুলিছে চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে ৷ সংবাদমেল সম্বোধন কৰি চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে বিজেপিয়ে হিন্দু সকলক নাগৰিকত্ব প্ৰদানৰ নামত নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি ধৰ্মৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে

Chirang Congress Press meet
হিন্দু বিদেশীক লৈ ৰাজনীতি কৰাৰ অভিযোগ চিৰাং জিলাৰ কংগ্ৰেছ কমিটিৰ
author img

By

Published : Dec 26, 2020, 6:48 AM IST

চিৰাং, 26 ডিচেম্বৰ: অসমত বিজেপি চৰকাৰৰ শাসনকালত বিদেশী ঘোষিত ব্যাক্তি,বিদেশী ন্যায়াধিকৰণ,ডি ভোটাৰ আদিক লৈ ব্যাপক ৰাজনীতিৰ অভিযোগ তুলিছে চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে ৷ শুকুবাৰে বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ তোলে চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে ৷

সংবাদমেলত চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে বিজেপিয়ে হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ নামত নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি ধৰ্মৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ সমান্তৰালভাৱে একাংশ হিন্দু নাগৰিকক বিদেশীৰ সজাই ডিডেনচন কেম্পত বন্দী ৰখাৰ অভিযোগ উত্থাপন কৰে চিৰাং জিলাৰ কংগ্ৰেছ কমিটিয়ে ৷

উক্ত সংবাদ মেল সম্বোধন কৰে বিটিচি কংগ্ৰেছ দলৰ মুখ পাত্ৰ জামশ্বেৰ আলীৰ লগতে চিৰাং জিলাৰ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অনিৰ্বাণ সেন আৰু বিজনী বড়োবাজাৰ ব্লক কংগ্ৰেছ সভাপতি আবু তালেব শিকদাৰে ।

লগতে পঢ়ক :গুৱাহাটীত স্থাপন হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.