ETV Bharat / state

22 ফেব্ৰুৱাৰীৰ ভিতৰত অট’নমাছ কাউন্সিল গঠন কৰাৰ হুংকাৰ

author img

By

Published : Feb 21, 2021, 9:28 PM IST

বঙাইগাঁৱত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনত বিলম্ব । কোচৰাজবংশী জাতীয় মহাসভা,কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ যৌথ সংবাদ মেল ।

22 ফেব্ৰুৱাৰীৰ ভিতৰত কমতাপুৰ অট’নমাছ কাউন্সিল গঠন কৰাৰ হুংকাৰ

বঙাইগাঁও, 21 ফেব্ৰুৱাৰী : বিগত বৰ্ষত অসম বিধান সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিল পাছ হোৱাত সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীয়ে আদৰণি জনাইছিল ‌। কিন্তু প্ৰতিবাৰেই চৰকাৰৰ প্ৰতাৰণাৰ বলি হোৱাৰ পাচত এইবাৰ পুনৰ কমতাপুৰ শায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰক আহ্বান ৰাজবংশী যুৱছাত্ৰ সন্মিলনীৰ ৷

ৰাজ্যত নিৰ্বাচনী প্ৰাক ক্ষণতেই কমতাপুৰ শায়ত্ব শাসিত পৰিষদ গঠনত অসম চৰকাৰে পলম কৰাত আজি কোচ ৰাজবংশীৰ তিনিটাকৈ সংগঠন ক্ৰমে কোচৰাজবংশী জাতীয় মহাসভা, কোচ ৰাজবংশী সংগ্ৰাম সমিতি আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আয়োজন কৰে এখনি যৌথ সংবাদ মেল ।

এই সংবাদ মেলযোগে অতিশীঘ্ৰেই কে এ চি গঠনৰ দাবী জনোৱাৰ লগতে কেএচিৰ ভিতৰৰ লোকক নিৰ্বাচিত কৰাৰ দাবী কৰে ।

লগতে পঢ়ক:২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ প্ৰধানমন্ত্ৰীৰ আগমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.