চিৰাঙ, 12 নৱেম্বৰ: চিৰাঙত আৰক্ষীৰ অভিযানত এটা AK৪৭ উদ্ধাৰ । জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্ত্তী কোনো অঞ্চলত এন ডি এফ বি (ছা)ৰ অস্ত্ৰ লুকুৱাই থোৱা বুলি বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত দামুগাঁওৰ হাদান অঞ্চলত চিৰাং আৰক্ষীয়ে অভিযান চলাইছিল । এই অভিযানতে পৰিত্যাক্ত জংগলত পুতি থোৱা অৱস্থাত এটা AK৪৭ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ২.২০ বজালৈ আৰক্ষীয়ে অঞ্চলটোত চলাইছিল অভিযান । চিৰাঙত পূৰ্বতেও উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ । উক্ত গোচৰৰ তদন্ত মৰ্মেই আৰক্ষীয়ে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিয়ে জনায় ।
চিৰাঙত আৰক্ষীৰ অভিযানত উদ্ধাৰ AK৪৭
ভাৰত-ভূটান সীমান্তৱৰ্তী কোনো অঞ্চলত এন ডি এফ বি (ছা)ৰ অস্ত্ৰ লুকুৱাই থোৱা বুলি বিশেষ সুত্ৰে পোৱা তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত দামুগাঁওৰ হাদান অঞ্চলত চিৰাং আৰক্ষীয়ে অভিযান চলাইছিল ।
চিৰাঙ, 12 নৱেম্বৰ: চিৰাঙত আৰক্ষীৰ অভিযানত এটা AK৪৭ উদ্ধাৰ । জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্ত্তী কোনো অঞ্চলত এন ডি এফ বি (ছা)ৰ অস্ত্ৰ লুকুৱাই থোৱা বুলি বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত দামুগাঁওৰ হাদান অঞ্চলত চিৰাং আৰক্ষীয়ে অভিযান চলাইছিল । এই অভিযানতে পৰিত্যাক্ত জংগলত পুতি থোৱা অৱস্থাত এটা AK৪৭ ৰাইফল উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ২.২০ বজালৈ আৰক্ষীয়ে অঞ্চলটোত চলাইছিল অভিযান । চিৰাঙত পূৰ্বতেও উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ । উক্ত গোচৰৰ তদন্ত মৰ্মেই আৰক্ষীয়ে মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতিয়ে জনায় ।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Body:চিৰাঙত আৰক্ষীৰ অভিযানত এটা একে ৪৭ উদ্ধাৰ
Conclusion:চিৰাঙত আৰক্ষীৰ অভিযানত এটা একে ৪৭ উদ্ধাৰ