ETV Bharat / state

এবছুৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন - bijni

বিজনী মহকুমাৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে এবছুৱে ৷

এবছুৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন
author img

By

Published : May 20, 2019, 5:32 PM IST

চিৰাং, 20 মে' : চিৰাঙৰ বিজনীত এবছুৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৃতী ছাত্ৰ-ছাত্ৰীক ৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো,সম্পাদক ফনিন বড়োকে আদি কৰি এবছুৰ কেবাজনো নেতা কৰ্মী ।

এবছুৰ দ্বাৰা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজনী মহকুমাৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় 440 জন শিক্ষাৰ্থী৷ ইয়াৰে প্ৰথম বিভাগ ১০২, দ্বিতীয় বিভাগ ২২৫ আৰু ১১৩ জনে লাভ কৰিবলৈ সক্ষম হয় তৃতীয় বিভাগ ৷ উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ ভিতৰত বড়ো মাধ্যমত শীৰ্ষ দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীক ছাঞ্জাৰাং লক্ষেস্বৰ ব্ৰহ্ম সোঁৱৰণি বঁটাৰে সন্মানিত কৰে এবছুৱে ৷ এই বঁটাত আছে নগদ ধন ১৫০০ টকা, মানপত্ৰ এখন ৷

Intro:চিৰাঙৰ বিজনীত এবছুৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । বিজনী মহকুমাৰ পৰা ৯১৩ জন ছাত্ৰ-ছাত্ৰী য়ে বড়ো মগধ‍্যমত যোৱা হাইস্কুল শেষান্ত পৰিক্ষা দিছিল তাৰে ৪৪০ জনে উত্তিৰ্ণ হয় । বিজনীৰ উত্তিৰ্ণৰ হাৰ ৫২.১৪ শতাংশ । ইয়াৰে প্ৰথম বিভাগত ১০২, দ্বিতীয় বিভাগত ২২৫ আৰু তৃতিয় বিভাগত ১১৩ জন উত্তিৰ্ণ হয় । ইয়াৰে টপটেন বড়ো মাধ‍্যমৰ ছাত্ৰ-ছাত্ৰী ১২ জনক ১৮ সংখ‍্যক ছাঞ্জাৰাং লক্ষেস্বৰ ব্ৰহ্ম সোঁৱৰনি বটা-১৯ প্ৰদান কৰে । এই বটাত আছে নগদ ধন ১৫০০ টকা, মানপত্ৰ,আদি । লগতে প্ৰথম বিভাগত উত্তিৰ্ণ হোৱা আটাই কেইজনক সম্বৰ্ধনা জনায় । এই বটা বিতৰন তথা সম্বৰ্ধনা সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো,সম্পাদক ফনিন বড়ো কে আদি কৰি এবছুৰ কেবাজনো নেতা কৰ্মি উপস্থিত থাকে ।
এই সভাত উপস্থিত হৈ এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰানিত কৰিবলৈ এই বটা তথা সম্বৰ্ধনা ৰ আয়োজন কৰা বুলি কয়। বড়ো মাধ‍্যমৰ সংকটজনক অৱস্থাৰ বাবে এবছুয়ে দিৰ্ঘ দিনৰ পৰাই পৃথক সঞ্চালকালয়ৰ দাবী কৰি আছিল । কিন্ত চৰকাৰে আজিলৈ এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে । বড়ো মাধ‍্যমৰ উন্নয়নৰ বাবেও কোনো পদক্ষেপ নললে বুলি অভিযোগ কৰে ।

বাইট : প্ৰমোদ বড়ো, এবছু সভাপতি ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : প্ৰমোদ বড়ো, এবছু সভাপতি ।

Conclusion:এই সভাত উপস্থিত হৈ এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে কয় যে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰানিত কৰিবলৈ এই বটা তথা সম্বৰ্ধনা ৰ আয়োজন কৰা বুলি কয়। বড়ো মাধ‍্যমৰ সংকটজনক অৱস্থাৰ বাবে এবছুয়ে দিৰ্ঘ দিনৰ পৰাই পৃথক সঞ্চালকালয়ৰ দাবী কৰি আছিল । কিন্ত চৰকাৰে আজিলৈ এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে । বড়ো মাধ‍্যমৰ উন্নয়নৰ বাবেও কোনো পদক্ষেপ নললে বুলি অভিযোগ কৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.