ETV Bharat / state

Man elephant conflict at sonari : সোণাৰিত বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে এটি পৰিয়ালৰ বাসগৃহ

author img

By

Published : Dec 20, 2021, 1:46 PM IST

চৰাইদেউৰ সোণাৰিত হাতী-মানুহৰ সংঘাতত আতংকিত সাধাৰণ ৰাইজ ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰিলে এটি পৰিয়ালৰ বাসগৃহ(Man Elephant conflict at Sonari) ।

সোণাৰিত বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে এটি পৰিয়ালৰ বাসগৃহ

মৰাণ, 20 ডিচেম্বৰ : ৰাজ্যত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত(Man Elephant conflict in Assam) ৷ সমান্তৰালভাৱে চৰাইদেউৰ সোণাৰিত হাতী-মানুহৰ সংঘাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ বিগত কিছুদিন ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই আহিছে সোণাৰিত(Elephant attack at Sonari) ৷ খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে সোণাৰিৰ স্থানীয় অঞ্চলসমূহত বিগত কেইবাদিন ধৰি উপদ্ৰৱ চলাই আহিছে(Man Elephant conflict at Sonari) ৷ শেহতীয়াকৈ দেওবাৰে নিশা সোণাৰিৰ দহ নং ৱাৰ্ডতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে এটি পৰিয়ালৰ বাসগৃহ । কেৱল সেয়াই নহয় ঘৰৰ বেৰৰ লগতে বহু সামগ্ৰী ভাঙি তচ-নচ কৰে বনৰীয়া হাতীয়ে ৷ ফলত অঞ্চলটোত এক আতংকৰ সৃষ্টি হয় ৷

জানিব পৰা মতে, ঘটনাটো সংঘটিত হোৱাৰ পাছতে বন বিভাগক খবৰ দিয়া হয় কিন্তু স্থানীয় লোকৰ খবৰ লাভ কৰাৰ পিছতো ঘটনাস্থলীত বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় লোকে ৷

লগতে পঢ়ক : Man Elephant Conflict : শালবাৰীত বন্যহস্তীয়ে তচনচ কৰিলে খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.