ETV Bharat / state

চৰাইদেউত বন্যহস্তীৰ তাণ্ডৱ - বন্য হস্তী

বন্যহস্তীয়ে লণ্ড ভণ্ড কৰে এটা ঘৰ। কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ।

হাতী-মানুহৰ সংঘাত
author img

By

Published : Mar 6, 2019, 1:25 PM IST

চৰাইদেউ, ৬ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । চৰাইদেউ জিলাৰ সোণাৰিৰ অশ্বিনী বিলত মঙলবাৰে বনৰীয়া হাতীয়ে লণ্ডভণ্ড কৰে এটা বাসগৃহ।

হাতী-মানুহৰ সংঘাত

মঙলবাৰে নিশা বন্যহস্তীৰ এটা দলে বুধি কুমাৰ লিম্বু নামৰ এজন লোকৰ ঘৰত অতৰ্কিতে আক্ৰমণ কৰে । আক্ৰমণত পৰিয়ালৰ লোকসকলে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও হাতীৰ দলটোৱে সম্পূৰ্ণৰূপে ধ্বংসকৰে লিম্বুৰ বাসগৃহ ।

*চৰাইদেউত বনৰীয়া হাতীৰ তাণ্ডৱ-বিধ্বস্ত এটা ঘৰ*
Story-WILD_ELEPHANT
Ananta smith
Sivasagar
06th March

A_SVR_06TH_MAR_804-805_WILD_ELEPHANT_ANANTA

অব্যাহত আছে হাতী-মানুহৰ সংঘাত।চৰাইদেউ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত ধ্বংশ হয় এটা ঘৰ।সোণাৰীৰ অশ্বিনী বিলত যোৱা নিশা বনৰীয়া হাতীৰ এক দলে অতৰ্কিত আক্ৰমণ কৰে বুধি কুমাৰ লিম্বু নামৰ এক লোকৰ ঘৰত।অকস্মাত আক্ৰমণত পৰিয়ালৰ লোকসকল প্ৰাণ বচাবলৈ সক্ষম হয় যদিও হাতীৰ দলটোৱে সম্পূৰ্ণ ৰূপে ধ্বংশ কৰে লিম্বুৰ ঘৰ।বন্য হস্তীৰ আক্ৰমণ ইমানেই ভয়াবহ আছিল যে বাৰীৰ গছ-গছনিও উঘালি তহিলং কৰে হাতীয়ে।উল্লেখযোগ্য যে বিগত বছৰৰ পৰা দুবাৰ হাতীৰ আক্ৰমণৰ লক্ষ্য হয় লিম্বুৰ পৰিয়াল।কিন্তু চৰাইদেউ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে হাতীৰ অহা-যোৱা ঠাইৰ পৰা পৰিয়ালটো স্থানান্তৰিত কৰাৰ কোনো পদক্ষেপ লোৱা নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.