ETV Bharat / state

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

শৰাইঘাট দলঙেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম

author img

By

Published : Apr 30, 2019, 7:36 PM IST

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

গুৱাহাটী, 30 এপ্ৰিলঃ সোমবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন । শৰাইঘাট দলঙেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুণ্ডা মাৰে কণ্ঠশিল্পীগৰাকীৰ বাহনত । কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম । ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন । সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পীগৰাকী৷

কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

আনহাতে পুৱতি নিশালৈ সংগীতানুষ্ঠান অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিক আহ্বান জনাই কণ্ঠশিল্পীগৰাকীয়ে ।

Intro:নিশা কণ্ঠশিল্পী ৰিংকু প্ৰিয়মৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। তীব্ৰবেগী ট্ৰাককে শৰাইঘাটৰ দলঙত প্ৰচণ্ড জোৰে খুণ্ডা মাৰে কণ্ঠশিল্পীগৰাকীৰ বাহনত। ফলত বৰ বেয়াকৈয়ে ক্ষতিগ্ৰস্ত হয় বাহনখন। কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখন। সম্প্ৰতি জালুকবাৰী যানবাহন আৰক্ষীৰ কাষ চাপিছে কণ্ঠশিল্পীগৰাকী।Body:আনহাতে পুৱতি নিশালৈ সংগীতানুষ্ঠান অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিক আহ্বান জনাই কণ্ঠশিল্পীগৰাকীয়ে। কিয়নো নিশা গীত পৰিবেশন কৰি ঘৰলৈ উভতা সময়ত দুৰ্ঘটনাত পতিত হ'বলগীয়া হয় কণ্ঠশিল্পীসকল। Conclusion:Hirul Haque... Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.