ETV Bharat / state

মহানগৰীত ধন দাবী কৰি ৰঙাঘৰৰ আলহী যুৱক - অস্ত্ৰধাৰী যুৱক

পাণ্ডুত দাবী কৰা ধন নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ টেম্প চালকক

ধন দাবী কৰি ৰঙা ঘৰৰ আলহী যুৱক
author img

By

Published : Mar 16, 2019, 7:08 PM IST

গুৱাহাটী, 16 মাৰ্চঃ নিশাৰ মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস । টেম্প চালকক ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক । শুকুৰবাৰে নিশা পাণ্ডুৰ তন্ময় দাস নামৰ এজন টেম্প চালকৰ পৰা জিতু ছন্দ নামৰ এজন যুৱকে দাবী কৰিছিল ধন । দাবী কৰা ধন নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ কৰে চালকজনক । তাৰোপৰি চালকজনৰ বেগ কাঢ়ি লৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী চালকজনে ।

ইতিমধ্যে ভুক্তভোগী তন্ময় দাসে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । চালকজনৰ এজাহাৰৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাৰ অধীনত ৩৯৯/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অস্ত্ৰধাৰী যুৱক জিতু ছন্দক । ইফালে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ধৃত জিতু ছন্দই ।

Slug: A_GHY_16MAR_801_MALIGAON CASE_HIRUL HAQUE

নিশাৰ মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস। টেম্প চালকক ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক। নিশা পাণ্ডুৰ তন্ময় দাস নামৰ এইজন টেম্প চালকৰ পৰা জিতু ছন্দ নামৰ এজন যুৱকে দাবী কৰিছিল ধন। দাবী কৰা ধন নিদিয়াৰ বাবে চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ কৰে চালকজনক। তাৰোপৰি চালকজনৰ বেগ কাঢ়ি লৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী চালকে। ইতিমধ্যেই ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। চালকজনৰ এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৯২ ধাৰাৰ অধীনত ৩৯৯/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে জিতু ছন্দক। ইফালে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে ধৃত জিতুয়ে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.