ETV Bharat / state

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’ - হোমেন বৰগোহঞি

2016 বৰ্ষত বৰফাবৃত এভাৰেষ্টত বগাবলৈ গৈ হোৱা বিভিন্ন ঘাত,প্ৰতিঘাত, আনন্দ, বিভিন্ন অভিজ্ঞতাক আধাৰ হিচাপে গ্ৰন্থখন লিখি উলিয়াইছে লেখকে ৷ গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে এই গ্ৰন্থখন এখন সমসাময়িক সময়ৰ গ্ৰন্থ ৷

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’
author img

By

Published : May 20, 2019, 8:26 PM IST

গুৱাহাটী,20 মে’: অৱশেষত পূৰ্ণতা পালে এভাৰেষ্ট আৰোহণকাৰী নৱ কুমাৰ ফুকনৰ এক দীৰ্ঘদিনীয়া সপোনে ৷ গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱকুমাৰ ফুকনৰ চিন্তাৰ ফচল ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’ নামৰ সংকলনখন ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে ৷ গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ৷

গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱ কুমাৰ ফুকনৰ ‘সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি’

লগতে পঢ়ক: গৰু চুৰিত ব্যৱহৃত মাৰুতি ভেনসহ তিনিটা গৰু জব্দ

2016 বৰ্ষত বৰফাবৃত এভাৰেষ্টত বগাবলৈ গৈ হোৱা বিভিন্ন ঘাত,প্ৰতিঘাত, আনন্দ, বিভিন্ন অভিজ্ঞতাক আধাৰ হিচাপে গ্ৰন্থখন লিখি উলিয়াইছে লেখকে ৷ গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে এই গ্ৰন্থখন এখন সম-সাময়িক সময়ৰ গ্ৰন্থ ৷ এই গ্ৰন্থখন সকলোৱে পঢ়া উচিত ৷ বিশেষকৈ বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এই গ্ৰন্থখনে আন বহুতকে এনে যাত্ৰাত সহায় হ'ব বুলি মত ব্যক্ত কৰে সকলোৱে ৷

অৱশেষত পূৰ্নতা পালে এভাৰেষ্টাৰ নৱ কুমাৰ ফুকনৰ এক দীৰ্ঘদিনীয়া সপোনে ৷ গ্ৰন্থৰ আকাৰত প্ৰকাশ পালে নৱকুমাৰ ফুকনৰ চিন্তাৰ ফচল সপোন, হতাশা, সংগ্ৰাম আৰু প্ৰাপ্তি নামৰ সংকলনখন ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহঞিয়ে ৷ গ্ৰন্থন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া ৷ ২০১৬ বৰ্ষত বৰফাবৃত এভাৰেষ্টত বগাবলৈ গৈ হোৱা বিভিন্ন ঘাট,প্ৰতিঘাট, আনন্দ, বিভিন্ন অভিজ্ঞতাক আধাৰ হিচাপে গ্ৰন্থখন লিখি উলিয়াইছে লেখকে ৷ গ্ৰন্থখন উন্মোচন কৰি হোমেন বৰগোহাঞিয়ে কয় যে এই গ্ৰন্থখন এখন সম সাময়িক সময়ৰ গ্ৰন্থ ৷ এই গ্ৰন্থখন সকলোৱে পঢ়া উচিত ৷ বিশেষকৈ বাস্তুৱ জীৱনৰ ওপৰত আধাৰিত এই গ্ৰন্থখনে আন বহুতকে এনে যাত্ৰাত  সহায় হ'ব বুলি মত ব্যক্ত কৰে সকলোৱে ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.