ETV Bharat / state

পুৰণি কৰ্মীক লগত লৈ অসমত গঠন হ’ব নতুন বিজেপি !

author img

By

Published : Mar 23, 2019, 5:11 PM IST

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ শুকুৰবাৰে মহাবিস্ফোৰণ ঘটাই তেজপুৰৰ সাংসদ তথা সদ্য বিজেপি ত্যাগী আৰ পি শৰ্মাই ৷ অসম বিজেপিত পুৰণি কৰ্মীক অৱহেলিত কৰাৰ বাবে সেইসকল কৰ্মীক লৈ আৰ পি শৰ্মাই পুনঃগঠন কৰিব বিজেপি ৷

পুৰণি কৰ্মীক লগত লৈ অসমত গঠন হ’ব নতুন বিজেপি !

গুৱাহাটী,23 মাৰ্চঃ শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ সদ্য বিজেপি ত্যাগী তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই 20 বছৰধৰি অৱহেলিত হৈ থকা পুৰণি বিজেপিক লৈ অসনত নতুন বিজেপি দল গঠন কৰাৰ কথা ঘোষণা কৰে ৷ বিজেপিত নতুন কৰ্মীৰআগমনে পুৰণিক অৱহেলিত কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচনৰ পাচতেই এই দল গঠন কৰা হ’ব বুলিও কয় আৰ পি শৰ্মাই ৷ এইবাৰ ৰাইজৰ চকীদাৰ নহয় নামৰ আগত আৰ পি শৰ্মাই ৰাইজৰ চাকৰ বুলি লিখাৰ কথা উল্লেখ কৰে সাংবাদিকৰ আগত ৷ ৰাইজৰ লগত থাকি বাচন-বৰ্তন ধুই চাকৰ হিচাপে থাকিব বিচাৰে প্ৰাক্তন বিজেপি নেতাগৰাকীয়ে ৷

উল্লেখ্য যে , শুকুৰবাৰৰ এই মহাবিস্ফোৰণৰ পাচত ৰাজ্যিক বিজেপিত কি প্ৰভাৱ পৰিব তথা নতুনকৈ গঠন হ’ব লগা আৰ পি শৰ্মাৰ বিজেপিয়ে কেনেদৰে আগন্তুক দিনত জনতাৰ মাজলৈ যাব সেয়া সময়েহে ক’ব ৷

Slug:-A_Kam_RP_Sarama_Airport_821-822_vis+bite_Ajay_Das

#Big Breaking...

বৰঝাৰ বিমানবন্দৰত আৰ পি শৰ্মাৰ মহাবিস্ফোৰণ । 

Ocvo...১৫-২০ বছৰ ধৰি অৱহেলিত হৈ থকা পুৰণি বিজেপিক লৈ অসমত পুনঃগঠন হ'ব বিজেপি দল । নিৰ্বাচনৰ পিছত পুন:নিৰ্মান হ'ব এই দলৰ । পুৰণি বিজেপি কৰ্মীসকল নতুন বিজেপিৰ আগমনে পুৰণিক অৱহেলিত কৰিছে বাবে পুন:নিৰ্মান হ'ব এই দলৰ ।
এইবাৰ ৰাইজৰ চোকীদাৰ নহয় ৰাইকৰ চাকৰ বুলি নিজৰ নামৰ আগত লিখিব আৰ পি শৰ্মাই ।
ৰাইজৰ লগত থাকি বাচন-বৰ্তন ধুই চাকৰ হিচাপে থাকিব আৰ পি শৰ্মাই । বৰঝাৰ বিমানবন্দৰত এই মন্তব্য কৰে আৰ পি শৰ্মাই ।

Bite...RP Sarma

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.