ETV Bharat / state

বিধায়ক আনোৱাৰ হুছেইন লস্কৰ অসুস্থ

হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হোৱা বিধায়কগৰাকীক গুৱাহাটীস্থিত জি এন আৰ চিৰ আই চি ইউত ভৰ্তি ৷

author img

By

Published : May 31, 2019, 7:35 PM IST

বিধায়ক আনোৱাৰ হুছেইন লস্কৰ অসুস্থ

গুৱাহাটী,31 মে’: হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে অসুস্থ । সংকটজনক অৱস্থাত মহানগৰীৰ জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে এ আই ইউ ডি এফৰ বিধায়কগৰাকীক । এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে স্বাস্থ্যৰ বুজ লয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ । আনহাতে বদৰুদ্দিন আজমলে জানিবলৈ দিয়ে যে উন্নত চিকিৎসাৰ বাবে বিধায়ক আনোৱাৰ হুছেইন লস্কৰক এয়াৰ এম্বুলেন্সেৰে নতুন দিল্লীলৈ নিয়া হ’ব ৷

হাইলাকান্দিৰ এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে অসুস্থ । বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আক্ৰান্ত হৃদৰোগত । সংকটজনক অৱস্থাত মহানগৰীৰ জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে বিধায়ক আনোৱাৰ হুছেইন লস্কৰক । এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে স্বাস্থ্যৰ বুজ লয় বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ । আনহাতে বদৰুদ্দিন আজমলে জানিবলৈ দিয়ে যে উন্নত চিকিৎসাৰ বাবে বিধায়ক আনোৱাৰ হুছেইন লস্কৰক এয়াৰ এম্বুলেন্সেৰে নতুন দিল্লীলৈ নিব বুলি ।

Asrar Ansari 
  Guwahati 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.