ETV Bharat / state

লোকসভা নে বিধানসভাঃ কোনখন অধিবেশনত বহিব তপন-পল্লৱ ? - পল্লৱ লোচন দাস

সাংসদ তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসৰ এজনেও এই পৰ্যন্ত ত্যাগ কৰা নাই মন্ত্ৰী পদ। তেনেক্ষেত্ৰত এতিয়া প্ৰশ্ন উঠিছে বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত এই দুজন মন্ত্ৰীৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ উত্তৰ কোনে দিব । আগন্তুক দিনত কোনখন অধিবেশনত বহিব তপন গগৈ আৰু পল্লৱ লোচন দাস । লোকসভাত নে বিধানসভাত

লোকসভা নে বিধানসভাঃ কোনখন অধিবেশনত বহিব তপন-পল্লৱ ?
author img

By

Published : Jun 22, 2019, 8:01 PM IST

গুৱাহাটী, 22 জুনঃ অসমৰ ৰাজনীতিত ইয়াৰ পূৰ্বে এনে ধৰণৰ সাংবিধানিক জটিল প্ৰশ্নৰ কেতিয়াও সৃষ্টি হোৱা নাছিল । ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ দায়িত্বশীল মন্ত্ৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে তেওঁলোকৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিধানসভাত কোনে দিব । কিয়নো, 18 জুলাইৰ পৰা আৰম্ভ হব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন।

লোকসভা নে বিধানসভাঃ কোনখন অধিবেশনত বহিব তপন-পল্লৱ ?

একে সময়তে চলি আছে লোকসভাৰ অধিবেশনো । 26 জুলাইলৈকে চলি থাকিব লোকসভাৰ অধিবেশন । আগন্তুক দিনত কোনখন অধিবেশনত বহিব তপন গগৈ আৰু পল্লৱ লোচন দাস । লোকসভাত নে বিধানসভাত ?

আৰু পঢ়কঃ বিজেপিৰ মুুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

Intro:গুৱাহাটী, 22 জুনঃ অসমৰ ৰাজনীতিত ইয়াৰ পূৰ্বে এনে ধৰনৰ সাংবিধানিক জটিল প্ৰশ্নৰ কেতিয়াও সৃষ্টি হোৱা নাছিল । ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ দায়িত্বশীল মন্ত্ৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে তেওঁলোকৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ বিধানসভাত কোনে দিব। কিয়নো, 18 জুলাইৰ পৰা আৰম্ভ হব বিধানসভাৰ বৰ্ষাকালীন অধিবেশন। একে সময়তে চলি আছে লোকসভাৰ অধিবেশনো । 26 জুলাইলৈকে চলি থাকিব লোকসভাৰ অধিবেশন।

Body:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ এইখন প্ৰথম অধিবেশন । গতিকে এই অধিবেশনত নৱ নিৰ্বাচিত সাংসদসকলৰ উপস্থিতি কিমান গুৰুত্বপূৰ্ণ সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। একে সময়তে তাতোকৈ ডাঙৰ কথাটো হ'ল সাংসদ তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাসৰ এজনেও এই পৰ্যন্ত ত্যাগ কৰা নাই মন্ত্ৰী পদ। মুখ্যমন্ত্ৰীয়ে এতিয়াও তেওঁলোকক পদত্যাগৰ নিৰ্দেশ দিয়া নাই। দুয়োজনে ইতিমধ্যে বিধায়ক পদ ত্যাগ কৰিছে যদিও তপন গগৈ এতিয়াও শক্তি আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী হৈয়ে আছে। একেদৰে পল্লৱ লোচন দাসো আজিৰ তাৰিখত শ্ৰম আৰু নিয়োগ, চাহ জনজাতি কল্যাণ আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী । সাংবিধানিক ভাবে অৱশ্যে তেওঁলোক ছমাহলৈ মন্ত্ৰী হৈ থকাত কোনো বাধা নাই।

Conclusion:তেনেক্ষেত্ৰত এতিয়া প্ৰশ্ন উঠিছে বিধানসভাৰ আগন্তুক বৰ্ষাকালীন অধিবেশনত এই দুজন মন্ত্ৰীৰ হাতত ন্যস্ত থকা বিভাগসমূহৰ উত্তৰ কোনে দিব। আগন্তুক দিনত কোনখন অধিবেশনত বহিব তপন গগৈ আৰু পল্লৱ লোচন দাস । লোকসভাত নে বিধানসভাত ?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.