ETV Bharat / state

অপাৰেশ্বন ছানৰাইজঃ "সৈন্য অভিযানেই সমস্যাৰ সমাধান নহয়"

উত্তৰ-পূবৰ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ আন্তঃগাঁথনিগত উন্নয়ন আৰু শান্তি আলোচনা অবিহনে সম্ভৱ নহয় বিদ্ৰোহী সমস্যাৰ সমাধান ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে মণিপুৰৰ সাংসদ লৰহো এছ ফ'জে ৷

author img

By

Published : Jun 19, 2019, 5:53 PM IST

অপাৰেশ্বন ছানৰাইজঃ "সৈন্য অভিযানেই সমস্যাৰ সমাধান নহয়"

নতুন দিল্লী, 19 জুনঃ বিদ্ৰোহী সমস্যা আৰু উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ ধাৰা, দুয়োটা বিষয়ৰ চৰ্চা সময়ে সময়ে হৈ থাকে ৷ আজিলৈকে ভাৰত-চৰকাৰ আৰু বিদ্ৰোহী সংগঠনৰ নেতা-সদস্যই দুয়োটা বিষয়ৰ বাবে কোনো স্থায়ী সমাধানৰ বিষয়ে চিন্তা কৰা নাই ৷ শেহতীয়াকৈ বিগত মে' মাহৰ 16 তাৰিখৰ পৰা ভাৰতীয় সেনা আৰু ম্যানমাৰ সেনাই ভাৰত-ম্যানমাৰ সীমাত থকা উত্তৰ-পূবৰ বহুকেইটা বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে চলাইছিল এক সংযুক্ত অভিযান ৷ এনএছচিএন, আলফা, কেএলঅ' আদি বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে দুয়োখন দেশৰ সেনাই চলোৱা এই অভিযানক নাম দিয়া হৈছিল "Operation Sunrise" যাৰ দ্বাৰা প্ৰায় 70জনতকৈ অধিক বিদ্ৰোহী সদস্যক কৰায়ত্ত কৰিছে দুয়োখন দেশৰ সেনাই ৷

উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যা আৰু ইয়াৰ সমাধান সন্দৰ্ভত ইটিভি ভাৰতৰ আগত নিজৰ মত প্ৰকাশ কৰে মণিপুৰৰ সাংসদ লৰহো এছ ফ'জে ৷ ইটিভি ভাৰতৰ আগত কি ক'লে সাংসদগৰাকীয়ে, চাঁওক আমাৰ এই প্ৰতিবেদন.....

Intro:New Delhi: Even as Indo-Myanmar joint "Operation Sunrise" was hailed by many, a law maker from Manipur has appealed the central government to bring all insurgent groups for talks .

Body:"The joint operation against the insurgent groups are ok, but this is not a permanent solution. The groups may again reunite...so it's better to bring all the insurgent outfits to the negotiation table," said MP from Manipur Lorho S Pfoze to ETV Bharat.

The Indian and Myanmer army carried three week long joint operation from May 16 to flush out Northeast based militant outfits from Myanmar. Code named Operation Sunrise, the joint effort was able to nabb around 70 militants from different organisation including Ulfa, NSCN, KLO among others.

Similar joint operation was carried three months back.

Myanmar is one of the strategic neighbour of India that share around 1640 kms border.

Conclusion:MP Pfoze further said that the border roads should also be developed.

"Government should take steps so that the border roads are developed. This will not only improve connectivity, but also improve trade between India and Myanmar," said Pfoze.

end.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.