ETV Bharat / state

ৰাজ্যত চলিছে ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেট - ৰাসায়নিক সাৰ

এই চাঞ্চল্যকৰ অভিযোগ মানাহ ভেলি বিকাশ মঞ্চৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ জৰিয়তে তেওঁলোকে কয় যে পশ্চিমবংগৰ তুলনাত অসমত দুগুণ অধিক দামত ৰাজসাহাৰ্য যুক্ত সাৰ বিক্ৰী হৈ আছে ।

ৰাইজ্যত চলিছে ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেট
author img

By

Published : May 6, 2019, 9:32 PM IST

গুৱাহাটী, 6 মে’: ৰাসায়নিক সাৰক লৈ অসমত বৃহৎ চিণ্ডিকেট চলি আছে । এই চাঞ্চল্যকৰ অভিযোগ মানাহ ভেলি বিকাশ মঞ্চৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে কয় যে পশ্চিমবংগৰ তুলনাত অসমত দুগুণ অধিক দামত ৰাজ সাহাৰ্য যুক্ত সাৰ বিক্ৰী হৈ আছে । একাংশ ব্যক্তিয়ে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সৈতে মিলি সাৰক লৈ চিণ্ডিকেট চলাই আছে ৰাজ্যত । সংগঠনটোৰ অভিযোগ বৰপেটাৰোডৰ ৰমেশ পোড্ডাৰ,গৌতম সাহা,ওমৰ বীজ ভাণ্ডাৰৰ স্বত্বাধিকাৰী ছাজিহ আৰু বঙাইগাঁৱৰ কৈলাশ আগৰৱালা আদি আদি লোকে কৃষি বিষয়াক মেনেজ কৰি ৰাসায়নিক সাৰক লৈ ৰমৰমীয়া বেহা চলাই আছে । পশ্চিমবংগৰ খুচুৰা বজাৰত প্ৰতি কিলো ইউৰিয়াৰ মূল্য 6 টকা হোৱাৰ বিপৰীতে অসমত 12 টকা ।

ৰাইজ্যত চলিছে ৰাসায়নিক সাৰৰ বৃহৎ চিণ্ডিকেট

আৰু পঢ়ক: পুৰণিগুদামঃ যুগ যুগ ধৰি ঐক্য-সম্প্ৰীতিৰ ঐতিহ্য বহন কৰা এটা অঞ্চল

সেইদৰে পশ্চিমবংগত প্ৰতি কিলোগ্ৰাম ডি এ পিৰ দাম 30 টকাৰ পৰিৱৰ্তে অসমত 35 টকা । লগতে সংগঠনটোৰ নেতৃত্বই কয় যে, বিধায়ক ৰঞ্জিত দাস সেই সমষ্টিৰে এজন বিধায়ক হোৱা স্বত্বেও গৃহ সমষ্টিতে এনে ধৰণৰ চিণ্ডিকেট চলি আছে গুৰুতৰ অভিযোগ আনে সংগঠনটোৱে । ইয়াৰ উপৰিও কৃষক নেতা অখিল গগৈক সমালোচনা কৰি কয় যে বিভিন্ন সময়ত অখিল গগৈয়ে যিকোনো সমস্যাৰ হৈ আন্দোলন কৰি আহিছে,কিন্তু ৰহস্য জনকভাৱে সাৰৰ বিষয়ত তেওঁ মৌন হৈ আছে । গতিকে শীঘ্ৰে এই চিণ্ডিকেট বন্ধ কৰি কৃষক সকলক সকাহ দিবলৈ দাবী জনাইছে সংগঠনটোৱে ।

Intro:ৰাসায়নিক সাৰক লৈ অসমত বৃহৎ চিণ্ডিকেট চলি আছে । এই চাঞ্চল্যকৰ অভিযোগ মানাহ ভেলি বিকাশ মঞ্চৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ জৰিয়তে তেওঁ লোকে কয় যে পশ্চিমবঙ্গৰ তুলনাত অসমত দুগুণ অধিক দামত ৰাজ সাহাৰ্য যুক্ত সাৰ বিক্ৰী হৈ আছে । একাংশ ব্যক্তিয়ে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ সৈতে মিলি সাৰক লৈ চিণ্ডিকেট চলাই আছে ৰাজ্য ত । তেওলোকৰ অভিযোগ বৰপেটা ৰোডৰ ৰমেশ পোড্ডাৰ,গৌতম সাহা,ওমৰ বীজ ভাণ্ডাৰৰ সত্বাধিকাৰী ছাজিহ আৰু বঙাইগাঁও ৰ কৈলাশ আগৰৱালা আদি আদি লোকে কৃষি বিষয়াক মেনেজ কৰি ৰাসায়নিক সাৰক লৈ ৰমৰমীয়া বেহা চলাই আছে । পশ্চিমবঙ্গৰ খুচুৰা বজাৰত প্ৰতি কিলো ইউৰিয়াৰ মূল্য ৬ টকা হোৱাৰ বিপৰীতে অসমত ১২ টকা । সেইদৰে পশ্চিমবঙ্গত প্ৰতি কিলোগ্ৰাম ডি এপিৰ দাম ৩০ টকাৰ পৰিবৰ্তে অসমত ৩৫ টকা । লগতে তেওঁ লোকে কয় যে বিধায়ক ৰঞ্জিত দাস সেই সমষ্টিৰে এজন বিধায়ক হোৱা সত্বেও গৃহ সমষ্টিতে এনে ধৰণৰ চিণ্ডিকেট চলি আছে গুৰুতৰ অভিযোগ আনে সংগঠনটোৱে । ইয়াৰ উপৰিও কৃষক নেতা অখিল গগৈক সমালোচনা কৰি কয় যে বিভিন্ন সময়ত অখিল গগৈয়ে যিকোনো সমস্যাৰ হৈ আন্দোলন কৰি আহিছে,কিন্তু ৰহস্য জনক ভাৱে তেওঁ মৌন হৈ আছে । গতিকে শীঘ্ৰে এই চিণ্ডিকেট বন্ধ কৰি কৃষক সকলক সকাহ দিবলৈ দাবী জনাইছে সংগঠনটোৱে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.