ETV Bharat / state

কলগাছিয়াত জ্বলিল সৰ্বানন্দ সোণোৱাল-নৱ দলেৰ পুত্তলিকা - naba dole

পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ প্ৰতিবাদ জনাই শনিবাৰে কলগাছিয়া ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ দুৰ্নীতিৰ আশ্ৰয় লৈ বক্ৰ পথেৰে চাকৰি দি সমগ্ৰ ব্যৱস্থাটো গেৰুৱাকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কৰ্মীসকলে ।

barpeta
author img

By

Published : Mar 10, 2019, 12:31 AM IST

ৰপেটা, 9 মাৰ্চঃ কলগাছিয়াত মন্ত্ৰী নৱ কুমাৰ দলে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

barpeta
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ প্ৰতিবাদ জনাইকলগাছিয়া ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি দুৰ্নীতিৰ আশ্ৰয় লৈ বক্ৰ পথেৰে চাকৰি দি সমগ্ৰ ব্যৱস্থাটোগেৰুৱাকৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে ।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতানীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰক এই নিযুক্তি বাতিল কৰি পুনৰ নতুনকৈ পৰীক্ষা পতাৰ দাবী জনায় সংগঠন দুটাৰ কৰ্মীসকলে ৷

Slug: A_BAR_9MARCH_807TO808_KALGACHIYA_CM_EFFIGY_BURN_BY_KMSS_VIS+BITE_BAPKAN_DAS

 কলগাছিয়াত মন্ত্ৰী নব কুমাৰ দলে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰীতিকৃতি দাহ কৰি ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।

বৰপেটা ৯ মাৰ্চ: P&RD নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতিৰ প্ৰতিবাদ জনায় কলগাছিয়া ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শনিবাৰ আবেলি  গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি আৰু  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি  কেবাগৰাকী বিষয় ববীয়া উপস্থিত থাকি  দুৰ্নীতিৰ আশ্ৰয় লৈ বক্ৰ পথেৰে চাকৰি দি গেৰুৱা কৰন কৰা বুলি অভিযোগ কৰে। এই ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰে  P&RD এই নিযুক্তি বাতিল কৰি পুনৰ  নতুনকৈ পৰীক্ষা পতাৰ দাবী উত্থাপন কৰে। অন্যথায় আন্দোলন  চলি থাকিব বুলি ভাবুকি দিয়ে।

বাইট: প্ৰতিবাদকাৰীৰ মন্তব্য।        

  --- বাপকন দাস, বৰপেটা                                                                   
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.