ETV Bharat / state

ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বিদ্যালয় বিদ্যালয়ে চি আই ডিৰ সজাগতা সভা - অসম

ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্য ৷ সমগ্ৰ অসমক ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্য আৰক্ষী প্ৰশাসনৰ । ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয় বিদ্যালয়ে চি আই ডিৰ সজাগতা সভা ৷

চি আই ডিৰ সজাগতা সভা
author img

By

Published : May 14, 2019, 8:04 PM IST

গুৱাহাটী, 14 মে' : পূৰ্বৰ তুলনাত ডাগ্ৰছ আসক্ত, মানৱ সৰবৰাহ আৰু চাইবাৰ ক্ৰাইমকে ধৰি ভিন্ন অপৰাধমূলক ঘটনা বৃদ্ধি পোৱাত অপৰাধ অনুসন্ধান শাখাৰ বিশেষ পদক্ষেপ ৷ ৰাজ্যৰ বিদ্যালয় বিদ্যালয়ে আয়োজন কৰিছে সজাগতা সভাৰ ৷ গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত সজাগতামূলক পাঠ্যক্ৰম অনুষ্ঠানত উপস্থিত থাকি চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।

চি আই ডিৰ সজাগতা সভা

লগতে তেওঁ কয় যে, বিগত বছৰত সমগ্ৰ ৰাজ্যত ডাগ্ৰছ আসক্তৰ ওপৰত 450 টা গোচৰ ৰুজু হোৱাৰ লগতে 700 গৰাকী লোকক আটক কৰা হয় ৷ ইপিনে ৰাজ্যত বিগত বছৰত 30লাখ নিচাযুক্ত টেবলেটৰ লগতে 7 কেজি হিৰোইন লগতে 11 হাজাৰ কেজি গাঞ্জা জব্দ কৰা হৈছিল ৷

Intro:ড্ৰাগছৰ কৰাল গ্ৰাসত গুৱাহাটী মহানগৰী। দিনক দিনে বৃদ্ধি পাইছে মহানগৰীত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে। গুৱাহাটীৰ অলিয়ে গলিয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ প্ৰতি আসক্ত হৈ একাংশ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন ধ্বংসৰ ফালে লৈ গৈছে ।সমগ্ৰ অসমক ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্য আৰক্ষী প্ৰশাসনৰ ।ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা অনাৰ লক্ষ্য এইবাৰ CID ব্ৰাঞ্চৰ। তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত সজাগতা মূলক পাঠ্যক্ৰম অনুষ্ঠানত উপস্থিত থাকি CIDঅতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।

Body:ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে স্কুল কলেজত চাইবাৰ ক্ৰাইম আৰু ড্ৰাগছৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে প্ৰতি খন স্কুল কলেজত গৈ পাঠ্যক্ৰম দিব।
CIDঅতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণই জানিবলৈ দিয়া মতে অসমৰ প্ৰতি খন স্কুল কলেজত এনেধৰণৰ সজাগতা মূলক পাঠ্যক্ৰম দিয়া হব। অসমত দিনে দিনে বাঢ়ি অহা অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে এনেধৰণৰ সজাগতা মূলক পাঠ্যক্ৰম প্ৰয়োজন বুলি কলে সঞ্চালক প্ৰধান গৰাকীয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.