ETV Bharat / state

ফাঁচী বজাৰত গ্ৰেপ্তাৰ ক্ৰিকেটৰ বুকী - ফাঁচী বজাৰ আৰক্ষী

ফাঁচী বজাৰৰ গলাপট্টীস্থিত সুৰণা মাৰ্কেটত আৰক্ষীয়ে অভিযান চলাই ক্ৰিকেটৰ বুকী গ্ৰেপ্তাৰ কৰে । ললিত সুৰাণা নামৰ বুকীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে জুৱাৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন ।

ফাঁচী বজাৰত গ্ৰেপ্তাৰ ক্ৰিকেটৰ বুকী
author img

By

Published : Jul 5, 2019, 5:35 PM IST

Updated : Jul 5, 2019, 6:59 PM IST

গুৱাহাটী, ৫ জুলাই : মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু ফাঁচী বজাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ফাঁচী বজাৰৰ গলাপট্টীস্থিত সুৰণা মাৰ্কেটৰ পৰা বৃহস্পতিবাৰে নিশা এটা ক্ৰিকেটৰ বুকী গ্ৰেপ্তাৰ কৰে । অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি বুকী ললিত সুৰাণাক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, ললিতে নিজৰ কাৰ্যালয়ৰ পৰাই ক্ৰিকেটৰ নামত জুৱাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

ফাঁচী বজাৰত গ্ৰেপ্তাৰ ক্ৰিকেটৰ বুকী

ললিত সুৰাণাৰ পৰা আৰক্ষীয়ে জব্দ কৰে জুৱাৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন । মোবাইল এপছৰ জৰিয়তে ক্ৰিকেটৰ বুকীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ললিত সুৰাণাই ।

Intro:ফাঁচী বজাৰৰ পৰা গ্ৰেপ্তাৰ ক্ৰিকেটৰ বুকী ললিত সুৰাণা

Body:মহানগৰ অপৰাধ অনুসন্ধান শাখা আৰু ফাঁচী বজাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই ফাঁচী বজাৰৰ গলাপট্টীস্থিত সুৰণা মাৰ্কেটৰ পৰা বৃহশ্পতিবাৰ নিশা গোপন সূত্ৰৰ ভিত্তিত ক্ৰিকেটৰ বুকী ললিত সুৰাণাক গ্ৰেপ্তাৰ কৰে। ললিতে নিজৰ কাৰ্য্যালয়ৰ পৰাই চলাইছিল ক্ৰিকেটৰ নামত জুৱাৰ ৰমৰমীয়া ব্যৱসায়। এই অভিযানৰ নেতৃত্ব দিছিল অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিং।

Conclusion:ক্ৰিকেটৰ বুকী ললিত সুৰাণাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ক্ৰিকেটৰ জুৱাৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন।মোবাইল এপছৰ জৰিয়তে ক্ৰিকেটৰ বুকীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ললিত সুৰাণাই।

Asrar Ansari
গুৱাহাটী
Last Updated : Jul 5, 2019, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.