ETV Bharat / state

বাক্সাৰ তামুলপুৰত পালন " বড়োলেণ্ড দাবী দিবস" - তামুলপুৰ

সুদীৰ্ঘ ৩২ বছৰ ধৰি DIVIDE ASSAM 50/50 দাবীৰে আন্দোলন কৰা সংগঠনটোৰ বৰ্তমান পৰ্যন্ত ৫ হাজাৰতকৈ অধিক ছাত্ৰ নেতা শ্বহীদ হৈছে বুলি মন্তব্য এবছুৰ ।

tamulpur 1
author img

By

Published : Mar 2, 2019, 6:57 PM IST

বাক্সা, ২ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ তামুলপুৰতো নিখিল বড়ো ছাত্ৰ সন্থাই পালন কৰে বড়োলেণ্ড দাবী দিবস । ১৯৮৭চনৰ ২ মাৰ্চত অৰ্থাৎ আজিৰ দিনটোতে এবছুই দাবী উত্থাপন কৰিছিল পৃথক বড়োলেণ্ডৰ । সুদীৰ্ঘ ৩২ বছৰ ধৰি DIVIDE ASSAM 50/50 দাবীৰে আন্দোলন কৰা সংগঠনটোৰ বৰ্তমান পৰ্যন্ত ৫ হাজাৰতকৈ অধিক ছাত্ৰ নেতা শ্বহীদ হৈছে বুলি মন্তব্য এবছুৰ । আনহাতে, অনুষ্ঠানটোত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফুনিন বড়ো উপস্থিত থাকি তেওঁলোকৰ আন্দোলন কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে নহয় অসম চৰকাৰৰ লাঞ্চনাৰ বিৰুদ্ধে বুলি মন্তব্য কৰে ।

আনহাতে, বৰ্তমান পৰ্যন্ত অসম চৰকাৰে বড়ো মাধ্যমৰ পাঠ্যপুথি যোগান ধৰিব নোৱাৰা বিষয় সন্দৰ্ভত সম্পাদক গৰাকীয়ে কয়,
বড়ো মাধ্যমৰ ছাত্ৰ-ছাত্ৰী সকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে । গতিকে এনেধৰণৰ অসম চৰকাৰৰ লগত আমি নাথাকো । বড়োসকলক পৃথক ৰাজ্য দিয়ক ।

bodoland demand day

Intro:বাক্সা জিলাৰ তামুলপুৰতো এবছুৰ বড়োলেণ্ডৰ দাবী দিবস পালন

Body: সমগ্র ৰাজ্যজুৰি আজি নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বড়োলেণ্ড দাবী দিবস পালন ।
১৯৮৭চনৰ ২ মাৰ্চত এবছুই আজিৰ দিনটোত প্ৰথম বড়োসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী তুলিছিল । ছাত্ৰ সংগঠন এবছুই সুদীৰ্ঘ ৩২ বছৰ ধৰি DIVIDED ASSAM 50/50 দাবী কৰিছে । এই আন্দোলনৰ সময়চোৱাত এবছুৰ ৫ হাজাৰতকৈ অধিক ছাত্র নেতা শ্বহীদ হৈছে ।

উল্লেখ্য যে আজি তামুলপুৰ আঞ্চলিক এবছুৰ আৰু মাদাৰবাৰী শাখা এবছুৰ উদ্যোগতো মাদাৰবাৰীত বড়োলেণ্ড দাবী দিবস পালন কৰা হয় । উক্ত সভাত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ফুনিন বড়ো উপস্থিত থাকি সংগঠনটোৰ নেতা গৰাকীয়ে কয় এবছুৰ আন্দোলন কোনো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে নহয় । অসমৰ চৰকাৰৰ লাঞ্চনা আৰু বঞ্চনাৰ বিৰুদ্ধেহে । বৰ্তমানলৈকে অসম চৰকাৰে বড়ো ভাষাৰ বিদ্যালয় বিলাকত পাঠ্যপুথি যোগদান ধৰিব পৰা নাই । এনেদৰে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী সকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি কয় । এনেকুৱা ধৰণৰ অসম চৰকাৰৰ লগত আমি নাথাকো বড়োসকলক পৃথক ৰাজ্য দি বেলেগ কৈ থাকিব দিয়ক বুলি কয় ।

Conclusion:সংগঠনটোৰ নেতা গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত কয় যে আগন্তুক নিৰ্বাচনত ইউ পি পি এল দলক জয়ী কৰিলেহে
বড়োসকলৰ পৃথক বড়োলেণ্ড দাবী সমাধান হব বুলি কয় ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.