গুৱাহাটী,12 জুন: ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰ টি আই কৰ্মী ওক্ৰাম প্ৰচান সিঙে৷ কিন্তু বৰ্তমানেও এই গোচৰ নিস্পত্তি নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে ব্যক্তিগৰাকীয়ে৷ সাংবাদিকৰ আগত তেখেতে কয় যে "APSC গোচৰৰ তদন্ত নিকা হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে৷ কেৱল নিম্ন পৰ্যায়ৰ তদন্ত চলাই এই গোচৰৰ গাপ দিব বিচাৰিছে চৰকাৰখনে৷ কিয়নো কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় একাংশ বিজেপি নেতাৰ৷ এই ঘটনাত নাম সাঙোৰ খাই আছে বহু মন্ত্ৰী-আমোলাৰ নিকট আত্মীয়ৰ৷ যদি গোচৰটোৰ সম্পূৰ্ণ তদন্ত হয় তেন্তে জেললৈ যাব লাগিব এইসকল অভিযুক্ত৷" ওক্ৰাম প্ৰচান সিঙৰ এই অভিযোগ কিমান দূৰ সঁচা হয় সেয়া গোচৰৰ ৰায়দানৰ পাচত স্পষ্ট হৈ পৰিব৷
নিকা হোৱা নাই APSC গোচৰৰ তদন্ত
APSC গোচৰৰ তদন্ত নিকা হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে৷ কেৱল নিম্ন পৰ্যায়ৰ তদন্ত চলাই এই গোচৰৰ গাপ দিব বিচাৰিছে চৰকাৰখনে৷
গুৱাহাটী,12 জুন: ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীৰ তদন্তৰ বাবে আবেদন জনাইছিল আৰ টি আই কৰ্মী ওক্ৰাম প্ৰচান সিঙে৷ কিন্তু বৰ্তমানেও এই গোচৰ নিস্পত্তি নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে ব্যক্তিগৰাকীয়ে৷ সাংবাদিকৰ আগত তেখেতে কয় যে "APSC গোচৰৰ তদন্ত নিকা হোৱাটো নিবিচাৰে বিজেপি চৰকাৰে৷ কেৱল নিম্ন পৰ্যায়ৰ তদন্ত চলাই এই গোচৰৰ গাপ দিব বিচাৰিছে চৰকাৰখনে৷ কিয়নো কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় একাংশ বিজেপি নেতাৰ৷ এই ঘটনাত নাম সাঙোৰ খাই আছে বহু মন্ত্ৰী-আমোলাৰ নিকট আত্মীয়ৰ৷ যদি গোচৰটোৰ সম্পূৰ্ণ তদন্ত হয় তেন্তে জেললৈ যাব লাগিব এইসকল অভিযুক্ত৷" ওক্ৰাম প্ৰচান সিঙৰ এই অভিযোগ কিমান দূৰ সঁচা হয় সেয়া গোচৰৰ ৰায়দানৰ পাচত স্পষ্ট হৈ পৰিব৷
Body:কেৱল নিম্ন পৰ্যায়ৰ তদন্ততে সামৰিব খুজিছে এপি এচ চি কেলেংকাৰীৰ তদন্ত। বি জে পি চৰকাৰৰ বহু মন্ত্ৰী আমোলাৰ নিকট সম্পৰ্কীয় জেললৈ যোৱাৰ ভয়ত বি জে পি য়ে এপি এচ চি কেলেংকাৰীৰ তদন্ত সীমাবদ্ধ ৰখাৰ কথা কলে আবেদন কাৰী ওক্ৰাম প্ৰচান সিং।
bite:-ওক্ৰাম প্ৰচান সিং।
Conclusion: