ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 2, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

KAAC and BTC election 2022 : ৮ জুনত চৰকাৰী বন্ধ ঘোষণা

৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু বিটিচিৰ ককলাবাৰী সমষ্টিৰ উপ নিৰ্বাচন (KAAC and BTC election 2022) অনুষ্ঠিত হ’ব । সাধাৰণ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা অধিসূচনা মতে, উক্ত দিনা অঞ্চল কেইটাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান তথা বেংক, চাহ বাগিছা, আৰু উদ্যোগিক আদিকে কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

Shooting incident increased in America: নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে

বুধবাৰে আমেৰিকাৰ এখন হাস্পতালৰ চৌহদত গুলীচালনাৰ ঘটনা (Shooting incident at a hospital premises in US)। শ্বুটাৰসহ ৪ জন লোকৰ মৃত্যু এই ঘটনাত । আমেৰিকাত বৰ্ধিত গুলীচালনাৰ ঘটনাক লৈ উদ্বিগ্ন ৰাষ্ট্ৰপতি জ' বিডেন । এই ঘটনা দমন কৰিবলৈ নিউজিলেণ্ডৰ পৰামৰ্শ বিচাৰিলে ৰাষ্ট্ৰপতি বিডেনে ।

Rape case in Guwahati: মহানগৰীত অৰুণাচলী যুৱতীক ধৰ্ষণ

ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ড ৷ এইবাৰ মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ অভিযোগ অনুসৰি, এগৰাকী অৰুণাচলী যুৱতীক ধৰ্ষণ কৰে টেনজিং দৰ্জে নামৰ এজন যুৱকে (Arunachal girl raped in Guwahati) ৷ তথ্য অনুসৰি, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত টেনজিং দৰ্জে ৷

আজি শেষকৃত্য সম্পন্ন হ’ব কে কেৰ

আজি মুম্বাইৰ ভাৰ্ছোভাৰ শ্মশানত পঞ্চভূতত বিলীন হ’ব বিশিষ্ট গায়ক কে কে(Singer KK news) । মঙলবাৰে নিশা কলকাতাত আকস্মিক মৃত্যু হৈছিল জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ(KK passes away) ৷

বৰ্জিত পানীৰে বিদ্যুৎ শক্তি উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন আই আই টি গুৱাহাটীৰ

আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বৰ্জিত পানীৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা এবিধ প্ৰযুক্তি উদ্ভাৱন কৰিছে (Technology innovation for power generation with wastewater) । গুৱাহাটী পৌৰ নিগম এলেকাৰ বৰ্জিত পানী পৰিশোধন প্ৰকল্পৰ ক্ষেত্ৰত এই প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব ।

চালকৰ অতপালিত বিলাসীপাৰা আৰু বঙাইগাঁৱত প্ৰাণ হেৰুৱালে পথচাৰীয়ে

বুধবাৰে নিশা পশ্চিম বিলাসীপাৰা আৰু বঙাইগাঁৱত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (Road accident at Bilasipara and Bongaigaon) ৷ ৰাজ্যৰ দুটা ভিন্ন স্থানত সংঘটিত হোৱা এই দুৰ্ঘটনাত মৃত্যু হয় দুজন ব্যক্তিৰ ৷

মহাবিদ্যালয়ৰ চৌহদত প্ৰবক্তাই কৰিলে সুৰাপান: প্ৰতিবাদত উত্তাল মহাবিদ্যালয়

গোৱালপাৰা মহাবিদ্যালয় চৌহদত প্ৰবক্তাৰ সুৰাপানৰ অভিযোগ। সুৰাপান কৰাক কেন্দ্ৰ কৰি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰী প্ৰতিবাদ (Tense situation at Goalpara College) । অধ্যক্ষৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে মহাবিদ্যালয় গোটৰ সম্পাদক ছামিম আখতাৰে । আনহাতে সম্পাদকৰ বিৰুদ্ধেও প্ৰতি অভিযোগ অধ্যক্ষগৰাকীৰ ।

প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো: হাৰ্দিক পেটেল

প্ৰায় তিনি বছৰ কংগ্ৰেছ দলৰ হৈ সেৱা আগবঢ়োৱাৰ পাছতে বিজেপিত দলত যোগদান কৰিব হাৰ্দিক পেটেলে (Hardik Patel to join BJP)। পাতিদাৰ সম্প্ৰদায়ৰ হৈ কৰা আন্দোলনৰ বাবে দেশজুৰি চৰ্চিত হৈ আহিছে হাৰ্দিক পেটেল । এইবাৰ বিজেপিত যোগদান কৰি দেশ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰিব বিচাৰে হাৰ্দিক পেটেলে ।

কাশ্মীৰত বিস্ফোৰণ: তিনিগৰাকী সেনা জোৱান আহত

কাশ্মীৰৰ শ্বপিয়ানত চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বাহনত সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত তিনিগৰাকী সেনা জোৱান আহত(Blast in Shopian)। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।

পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা

মাজুলীৰ গড়মূৰ থানাত বৃহস্পতিবাৰে পুৱা মাতৃৰ সৈতে প্ৰত্যক্ষ কৰা হয় SI জোনমণি ৰাভা । গড়মূৰ থানাই আজি সোধাপোচাৰ বাবে তলব কৰিছিল জোনমণি ৰাভাক । ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগ সৈতে মিলি প্ৰৱঞ্ছনা কৰাৰ অভিযোগ তুলিছিল কেইবাগৰাকীও ভুক্তভোগীকেইগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.