ETV Bharat / state

বিগত 24 ঘন্টাত কাছাৰত 44 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত - সুস্থ হোৱা

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বিগত 24 ঘন্টাত জিলাখনত 44 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ প্ৰতিটো সময়ত প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোক তৎপৰ হৈ থকাৰ পিছতো নিতৌ বৃদ্ধি পোৱা ৰোগীৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া কাছাৰবাসী ৷

Today 29 new corona patient found in cachar
বিগত 24 ঘন্টাত কাছাৰত 44 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত
author img

By

Published : Jul 13, 2020, 10:37 PM IST

শিলচৰ, 13 জুলাই : ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ কাছাৰ জিলাৰ শিলচৰতো প্ৰতিদিনেই বৃদ্ধি পাই আহিছে আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

বিগত 24 ঘন্টাত কাছাৰত 44 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

জানিব পৰা মতে, বিগত 24 ঘন্টাত জিলাখনত 44 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ প্ৰতিটো সময়ত প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোক তৎপৰ হৈ থকাৰ পিছতো নিতৌ বৃদ্ধি পোৱা ৰোগীৰ বাবে চিন্তিত হৈ পৰিছে এতিয়া কাছাৰবাসী ৷

উল্লেখযোগ্য যে,অসম চৰকাৰৰ তথ্য অনুসৰি,কাছাৰ জিলাত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 98 জনলৈ বৃদ্ধি হয় ৷ ইয়াৰে, 82 গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে বৰ্তমানেও 16 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷

একেদৰে অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 16,806 গৰাকী ৷ ইয়াৰ ভিতৰত সুস্থ হোৱা ৰোগীৰ সংখ্যা 10894 গৰাকী ৷ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্য়া 5873 গৰাকী ৷ মৃত্যু হোৱা লোকৰ সংখ্যা 36 গৰাকী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : সাৱধান ! কৰ'ণাৰ লগতে আহিছে ডেংগু, মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.