- নিহত ছাত্ৰজন বৰখলাৰ কুমাৰ সিংহ
- মৰণোত্তৰ পৰীক্ষণৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ ছাত্ৰজনৰ মৃতদেহ
কাছাৰৰ বৰখলাৰ ডলু নৈত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি - কাছাৰ
পুৰন্দৰপুৰ ডলু-জাঠিঙ্গাৰ নদীৰ সংযোগ স্থলত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ

কাছাৰৰ বৰখলাৰ ডলু নৈত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি
- নিহত ছাত্ৰজন বৰখলাৰ কুমাৰ সিংহ
- মৰণোত্তৰ পৰীক্ষণৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ ছাত্ৰজনৰ মৃতদেহ
Intro:Body:৮ মেঃ কাছাৰৰ বৰখলাৰ ডলু নৈত গা ধুবলৈ গৈ নিখোজ ছাত্ৰজনৰ লাশ উদ্ধাৰ পুৰন্দৰপুৰ ডলু-জাঠিঙ্গাৰ নদীৰ সংযোগ স্থলত । নিখোজ ছাত্ৰজনৰ নাম অসীম কুমাৰ সিংহ (১২) ৷ আৰক্ষী লাশ উদ্ধাৰ কৰি মৰন্তৰ পৰিক্ষাৰ কাৰণে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰেConclusion: