ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ বৰাকৰ ছাত্ৰ সংগঠনৰ - আসাম বাঙালি হিন্দু এচচিয়েছন

নাগৰিক পঞ্জী আৰু অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক লৈ চৰকাৰৰ ভূমিকাত অসন্তুষ্ট বৰাকৰ ছাত্ৰ সমাজ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত তীব্ৰ প্ৰতিবাদ ৷

শিলচৰত ছাত্ৰ বিক্ষোভ
author img

By

Published : Sep 19, 2019, 9:58 PM IST

শিলচৰ, 19 চেপ্টেম্বৰ : বৃহস্পতিবাৰে কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত আসাম বঙালী হিন্দু এচ'চিয়েছন সংক্ষেপে আভা আৰু বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল হোৱা ঘটনাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

শিলচৰত ছাত্ৰ বিক্ষোভ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰে ৷ প্ৰতিবাদকাৰী সকলে সকলো হিন্দুকে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ স্পষ্টীকৰণ বিচাৰে চৰকাৰৰ পৰা ৷

শিলচৰ, 19 চেপ্টেম্বৰ : বৃহস্পতিবাৰে কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত আসাম বঙালী হিন্দু এচ'চিয়েছন সংক্ষেপে আভা আৰু বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল হোৱা ঘটনাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

শিলচৰত ছাত্ৰ বিক্ষোভ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰে ৷ প্ৰতিবাদকাৰী সকলে সকলো হিন্দুকে নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ স্পষ্টীকৰণ বিচাৰে চৰকাৰৰ পৰা ৷

Intro:নাগৰিক পঞ্জি আৰু আসাম চুক্তিৰ ৬ নং ধাৰাটোৰ ৰূপায়ণ লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰিছে। আজি কাছাৰ জিলা উপায়ুক্তৰ অফিচৰ সন্মূখত সাৰা আসাম বাঙালি হিন্দু এচচিয়েছন সংক্ষেপে আভা আৰু সাৰা বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰি নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল কৰি দিয়াৰ ঘটনা লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে স্পষ্টকৈ আসাম চুক্তিৰ ছ'নম্বৰ ধাৰাটো লৈ স্পষ্টিকৰণ বিচাৰিছে। লগতে চৰকাৰৰ দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ সকলো হিন্দুক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা আৰু নাগৰিকত্ব নিশ্চিত কৰাৰ কথা কৈছে । তেওঁ কয়, চৰকাৰৰ প্ৰতিশ্ৰুতি থকাৰ পিছত কিয় হিন্দু সকলক ডিটেনচন কেম্পত পঠোৱা হৈছে? কিয় হিন্দু সকলৰ নাম নাগৰিকপঞ্জীত অহা নাই । --বাইট

ইপিনে আভাৰ কৰ্মকৰ্তা বাসুদেব শৰ্মায়, অহা ২২ ছেপ্তেম্বৰৰ ভিতৰত সাত ছেপ্তেম্বৰ ২০১৫ সনত কেন্দ্ৰীয় চৰকাৰৰ পাৰপত্ৰ এন্ট্ৰী ইনটু ইণ্ডিয়া এক্ট আৰু ফৰেনাৰ্স আইনৰ দুটা সংশোধনী অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে । এইবোৰ কাৰ্যকৰী কৰা নহ'লে তেওঁ আন্দোলন আৰম্ভ কৰিবলৈ ভাবুকি দিছে । -----বাইটBody:নাগৰিক পঞ্জি আৰু আসাম চুক্তিৰ ৬ নং ধাৰাটোৰ ৰূপায়ণ লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰিছে। আজি কাছাৰ জিলা উপায়ুক্তৰ অফিচৰ সন্মূখত সাৰা আসাম বাঙালি হিন্দু এচচিয়েছন সংক্ষেপে আভা আৰু সাৰা বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰি নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল কৰি দিয়াৰ ঘটনা লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে স্পষ্টকৈ আসাম চুক্তিৰ ছ'নম্বৰ ধাৰাটো লৈ স্পষ্টিকৰণ বিচাৰিছে। লগতে চৰকাৰৰ দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ সকলো হিন্দুক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা আৰু নাগৰিকত্ব নিশ্চিত কৰাৰ কথা কৈছে । তেওঁ কয়, চৰকাৰৰ প্ৰতিশ্ৰুতি থকাৰ পিছত কিয় হিন্দু সকলক ডিটেনচন কেম্পত পঠোৱা হৈছে? কিয় হিন্দু সকলৰ নাম নাগৰিকপঞ্জীত অহা নাই । --বাইট

ইপিনে আভাৰ কৰ্মকৰ্তা বাসুদেব শৰ্মায়, অহা ২২ ছেপ্তেম্বৰৰ ভিতৰত সাত ছেপ্তেম্বৰ ২০১৫ সনত কেন্দ্ৰীয় চৰকাৰৰ পাৰপত্ৰ এন্ট্ৰী ইনটু ইণ্ডিয়া এক্ট আৰু ফৰেনাৰ্স আইনৰ দুটা সংশোধনী অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে । এইবোৰ কাৰ্যকৰী কৰা নহ'লে তেওঁ আন্দোলন আৰম্ভ কৰিবলৈ ভাবুকি দিছে । -----বাইটConclusion:নাগৰিক পঞ্জি আৰু আসাম চুক্তিৰ ৬ নং ধাৰাটোৰ ৰূপায়ণ লৈ বৰাকৰ ছাত্ৰ সমাজ ক্ষোভত ফাটি পৰিছে। আজি কাছাৰ জিলা উপায়ুক্তৰ অফিচৰ সন্মূখত সাৰা আসাম বাঙালি হিন্দু এচচিয়েছন সংক্ষেপে আভা আৰু সাৰা বৰাক ছাত্ৰ সন্থাৰ সমৰ্থক সকলে ধৰ্ণা বিক্ষোভ প্ৰদৰ্শন কৰি নাগৰিক পঞ্জীত বঙালী হিন্দু সকলৰ নাম বাতিল কৰি দিয়াৰ ঘটনা লৈ ক্ষোভ প্ৰকাশ কৰে। তেওঁ লগতে স্পষ্টকৈ আসাম চুক্তিৰ ছ'নম্বৰ ধাৰাটো লৈ স্পষ্টিকৰণ বিচাৰিছে। লগতে চৰকাৰৰ দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ সকলো হিন্দুক নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা আৰু নাগৰিকত্ব নিশ্চিত কৰাৰ কথা কৈছে । তেওঁ কয়, চৰকাৰৰ প্ৰতিশ্ৰুতি থকাৰ পিছত কিয় হিন্দু সকলক ডিটেনচন কেম্পত পঠোৱা হৈছে? কিয় হিন্দু সকলৰ নাম নাগৰিকপঞ্জীত অহা নাই । --বাইট

ইপিনে আভাৰ কৰ্মকৰ্তা বাসুদেব শৰ্মায়, অহা ২২ ছেপ্তেম্বৰৰ ভিতৰত সাত ছেপ্তেম্বৰ ২০১৫ সনত কেন্দ্ৰীয় চৰকাৰৰ পাৰপত্ৰ এন্ট্ৰী ইনটু ইণ্ডিয়া এক্ট আৰু ফৰেনাৰ্স আইনৰ দুটা সংশোধনী অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে । এইবোৰ কাৰ্যকৰী কৰা নহ'লে তেওঁ আন্দোলন আৰম্ভ কৰিবলৈ ভাবুকি দিছে । -----বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.